Laokhowa-Burachapori :লাওখোৱা -বুঢ়াচাপৰি বাঘেটাপুত উত্তপ্ত পৰিস্থিতি ,আৰক্ষীৰ লাঠী চালনা

WhatsApp Image 2023 03 01 at 21.30.23

Laokhowa-Burachapori :

লাওখোৱা -বুঢ়াচাপৰিৰ বাঘেটাপুত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ উচ্ছেদিতই পৰিস্থিতি ইমানেই উত্তপ্ত কৰে যে আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ লাঠি চালনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

বাঘেটাপুত বিদ্যালয় বন্ধ কৰি বন শিবিৰ বনোৱাত বাধা প্ৰদান কৰে উচ্ছেদিত ৰাইজে । প্ৰথমে উচ্ছেদিতক সংস্থাপন দিয়াৰ দাবী জনায়।

বুঢ়াচাপৰিৰ বাঘেটাপু এল পি স্কুলত বন শিবিৰ বনোৱাত বিৰোধীতাৰে ওলাই আহিল শ শ ৰাইজ । উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিবলৈ আৰক্ষীৰ লাঠিচালনা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । এই লৈ এক উত্তেজনা পৰিবেশ অব্যাহত আছে বাঘাটাপুত।

Exit mobile version