Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগসাৰ শালবাৰীৰ শিমলাত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত নিহত দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰী

publisher by publisher
January 25, 2022
in Assam, News
Reading Time: 1 min read
0
বাগসাৰ শালবাৰীৰ শিমলাত ভয়ংকৰ পথ দুৰ্ঘটনা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

বাগসাৰ শালবাৰীৰ দাওধাৰাৰ ৰাজপথত মৃত্যুৰ কিৰিলি৷ভয়ংকৰ পথ দুৰ্ঘটনাত দুই কণমানি ছাত্ৰীসহ এগৰাকী শিক্ষয়িত্ৰীৰ ঘটনাস্থলীতে মৃত্যু৷

ADVERTISEMENT

মৃত্যু হোৱা ছাত্ৰী দুগৰাকী ক্ৰমে কৃষ্টিনা দৈমাৰী(ন) আৰু ভাৰলিনা ব্ৰহ্ম(ন)৷ আনহাতে দুৰ্ঘটনাত নিহত শিক্ষয়িত্ৰী গৰাকী ৰিজিনা কুজুৰ৷ দাওধাৰা হিমালয় পাব্লিক স্কুলৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰী আছিল আটাইকেইগৰাকী৷

তথ্য অনুসৰি আজি ৰাতিপুৱাৰ ভাগত বিদ্যালয়ত শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰী দুগৰাকীক টিউচন কৰি এখন স্কুটিৰে দাওধাৰাৰ নিজ ঘৰলৈ গৈ থকা সময়ত এনএল ০১ এচি ৩০৯৪ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে স্কুটিখনক৷

যাৰ ফলত সংঘটিত হয় মৰ্মান্তিক ঘটনাটো আৰু ঘটনাস্থলীতে নিহত হয় দুগৰাকীকৈ ছাত্ৰীসহ শিক্ষয়িত্ৰী গৰাকী৷ঘটনাৰ পিছতেই উত্তেজিত স্থানীয় ৰাইজে শিমলা থানা চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে৷

উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনত অগ্নিসংযোগ কৰাৰ লগতে ট্ৰাকৰ গ্লাচ ভাঙি চূৰ্ণবিচূৰ্ণ কৰে৷ ইফালে উত্তেজিত ৰাইজক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা পৰ্যন্ত কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়৷

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক খালেক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ইফালে বাতৰি যুগুত কৰা পৰ্যন্ত অঞ্চলজুৰি অব্যাহত আছে চৰম উত্তেজনাৰ৷ ভাৰত-ভূটান সংযোগী পথৰ দাওধাৰাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তেজিত ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ট্ৰাক চালকৰ শাস্তিৰ দাবী আৰু মৃত কণমানি দুটিৰ লগতে শিক্ষয়ত্ৰী গৰাকীৰ পৰিয়ালে ন্যায় পোৱাৰ দাবীত উত্তেজিত ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷উল্লেখ্য যে দীৰ্ঘদিন ধৰি ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে দাওধাৰাৰ ৰাজপথত৷

তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু এবছু নেতাই আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে৷এই পৰ্যন্ত দাওধাৰাৰ লগতে শিমলা আৰক্ষী থানা সম্মুখত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে৷আৰক্ষীয়ে ইতিমধ্যে দুই কণমানি আৰু শিক্ষয়ত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ শেহতীয়াকৈ পোৱা খবৰমতে বাগসাৰ শালবাৰীৰ দাওধাৰাত হোৱা দুৰ্ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দ্দেশ মৰ্মে শিমলাত উপস্থিত হয় অসমৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ইউ জি ব্ৰহ্ম৷

ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব৷ গতিৰোধক নিৰ্মাণ কৰা হ’ব৷নিহতৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান কৰা হ’ব৷সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰা হ’ব৷ ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত শিমলা থানাৰ অচি অৰ্জুন দাস সহ তিনিজনক ৰিজাৰ্ভ ক্লোজ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷

ঘটনাস্থলীত উপস্থিত হয় বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োও৷মন্ত্ৰী ব্ৰহ্ম আৰু অধ্যক্ষ গৰাকীয়ে দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ গৈ সমবেদনা জ্ঞাপন কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTAssamBagsaSalbari
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d