Paatxun :মালিগাঁওত অসমীয়া গহণা প্ৰতিষ্ঠান ‘পাট-সোণ’ৰ শুভ উদ্বোধন

উদ্বোধন কৰে মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে

WhatsApp Image 2023 03 08 at 15.44.36

Paatxun :
অসমীয়া গহণাৰ এখন আটকধুনীয়া প্ৰতিষ্ঠান উদ্বোধন হ’ল মহানগৰীৰ মালিগাঁওত ৷

মালিগাঁও চাৰিআলিৰ ৰূপম ভড়ালী মাৰ্কেট কমপ্লেক্সত স্থাপন কৰা ‘পাটসোণ’ নামৰ অসমীয়া গহণাৰ নৱতম জুয়েলাৰী খন শুভ উদ্বোধন কৰে অসমীয়া কথাছবিৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে ৷

Exit mobile version