Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

H2N2 Virus : ‘হংকং ফ্লু’ৰ উপসৰ্গ লৈ গুজৰাটত মহিলাৰ মৃত্যু , কি কি লক্ষণে চিন্তা বৃদ্ধি কৰিছে চিকিৎসকসকলৰ ?

publisher by publisher
March 15, 2023
in Lifestyle
Reading Time: 2 mins read
0
H2N2 Virus : ‘হংকং ফ্লু’ৰ উপসৰ্গ লৈ গুজৰাটত মহিলাৰ মৃত্যু , কি কি লক্ষণে চিন্তা বৃদ্ধি কৰিছে চিকিৎসকসকলৰ ?
2
SHARES
22
VIEWS
ShareShareShareShare
H2N2 Virus :

গুজৰাটৰ বৰোদাত ফ্লুৰ লক্ষণত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ এগৰাকী ৫৮ বছৰীয়া মহিলাৰ মৃত্যু হয়। বৰোদাৰ এখন চৰকাৰী চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয়।

ADVERTISEMENT

মৃত মহিলাগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰি তেওঁ আচলতে এইচ৩এন২ ভাইৰাছত সংক্ৰমিত হৈছিল নে নাই সেয়া পৰীক্ষা কৰা হৈছে। মৃত মহিলাগৰাকী বাৰোদক ফতেহগঞ্জ অঞ্চলৰ বাসিন্দা।

RelatedPosts

উত্তৰ প্ৰদেশৰ পাছত এইবাৰ ৰাজস্থান চৰকাৰে বাধ্যতামূলক কৰিলে বিদ্যালয়ত বাতৰি কাকত পঢ়া

৩০ ঘন্টাত ২৪টা ভূমিকম্পৰ ফলত সক্ৰিয় হৈ উঠিল তিনিটা ফল্ট লাইন!

গুজৰাটত নিষিদ্ধ ‘ৰোলিং পেপাৰ’ !

ফেব্ৰুৱাৰীমাহৰ পৰাই, সমগ্ৰ দেশতে ভাইৰেল ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া ঘৰে ঘৰে জ্বৰ, চৰ্দি আৰু কাহত ভুগি থকা ৰোগী ।

জ্বৰ নাইকিয়া হ’লেও, কাহ, চৰ্দি এমাহৰো অধিক সময় ধৰি চলি থাকে । উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ উপপ্ৰকাৰ এইচ৩এন২-ৰ ফলত দুটা মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

চিকিৎসালয়সমূহত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । যদি গুজৰাটত এগৰাকী মহিলাৰ তেজৰ নমুনাত এইচ৩এন২ ভাইৰাছও পোৱা যায়, তেন্তে দেশত এইচ৩এন২-ৰ পৰা মৃত্যুৰ সংখ্যা তিনিলৈ বৃদ্ধি হ’ব। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীক ১১ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ১৩ মাৰ্চত মৃত্যু হয়।

চিকিৎসালয়খনৰ আৱাসী চিকিৎসা বিষয়াই (আৰএমঅ’) জনাই, “মহিলাগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এখন পৰ্যালোচনা সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ অনুসন্ধান কৰিব। চৰকাৰী প্ৰতিবেদন অনুসৰি, ১০ মাৰ্চলৈকে গুজৰাটত এইচ৩এন২ ভাইৰাছৰ বাবে মাত্ৰ তিনিজন লোকৰ পৰীক্ষা ইতিবাচক হৈছে।

জ্বৰৰ উপৰিও, এই ভাইৰাছৰ আক্ৰমণত কাহ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ আৰু মুৰৰ বিষ আদি লক্ষণ দেখা যায়। বহুক্ষেত্ৰত, ডায়েৰিয়া, বমি, গোটেই শৰীৰত বিষো অনুভৱ হয় ।

আন লক্ষণবোৰ তিনি দিনৰ ভিতৰত হ্ৰাস হ’বলৈ আৰম্ভ কৰে যদিও কাহ কমিবলৈ ১৫ দিনতকৈ অধিক সময় লাগে। যদি এনে কোনো লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকসকলে বাৰে বাৰে সাৱধান হ’বলৈ কৈছে ।

বিশেষকৈ শিশু আৰু বৃদ্ধ লোক যাৰ কোমৰ্বিডিটি আছে, চিকিৎসকে কয় যে তেওঁলোকে অতিৰিক্ত সাৱধান হোৱা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GujaratH3N2 Virus
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d