Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Antibiotic : সাধাৰণ জ্বৰত চিকিৎসকে দিব নোৱাৰিব এণ্টিবায়’টিক

publisher by publisher
November 28, 2022
in India, News
Reading Time: 2 mins read
0
Antibiotic : সাধাৰণ জ্বৰত চিকিৎসকে দিব নোৱাৰিব এণ্টিবায়’টিক

ANTIBIOTIC

1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যত স্বাস্থ্যকৰ্মীৰ অভাৱৰ মাজতে গ্রামাঞ্চলৰ ১২২ চিকিৎসকক অব্যাহতি

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

Antibiotic :

এতিয়াৰে পৰা সাধাৰণ ভাইৰেল জ্বৰ হ’লে চিকিৎসকসকলে এণ্টিবায়’টিক দৰব দিব নোৱাৰিব ৰোগীক।ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ এই সম্পৰ্কীয় এক নির্দেশনা জাৰি কৰিছে। এই নির্দেশনাত কোৱা হৈছে যে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো কাৰণতে এণ্টিবায়’টিক সেৱন কৰিব নোৱাৰিব।

ADVERTISEMENT

এই দৰব সেৱনৰ আৰম্ভণি আৰু শেষ হোৱাৰ দিন মনত ৰাখিব লাগিব। নির্দিষ্ট দিনৰ দৰবৰ কৰ্চ শেষ হোৱাৰ পাছতো যদি সমস্যাৰ সমাধান নহয়, তেতিয়াও দৰবৰ পৰিমাণ বৃদ্ধি কৰিব পৰা নাযাব। দেশৰ বিভিন্ন স্থানত চলোৱা সমীক্ষা অনুসৰি ভাৰতত সামান্য ৰোগ হ’লেই ৰোগীসকলৰ মাজত এণ্টিবায়’টিক দৰব সেৱনৰ প্ৰৱণতা আছে।

ইয়াৰ ফলত শৰীৰত সংক্রমণ সৃষ্টিকাৰী বীজাণুৰ পৰিমাণ হ্রাস পালেও শৰীৰত থকা কিছুমান ভাল বীজাণু অৰ্থাৎ ৰোগ প্ৰতিৰোধী বীজাণু নষ্ট হৈ যায়। অৱশ্যে নিউমনিয়া জাতীয় জ্বৰৰ ক্ষেত্ৰত এণ্টিবায়’টিক পথ্যৰূপে দিব পৰা যাব বুলি আইচিএমআৰৰ নিৰ্দেশনাত কোৱা হৈছে। অৱশ্যে ইয়াৰো এক নিৰ্ধাৰিত মাত্রা আছে।

আঠদিনৰ অধিক যদি জ্বৰ হৈ থাকে আৰু পৰৱৰ্তী পৰ্যায়ত হাস্পতালত ভৰ্তি হৈ চিকিৎসাধীন হ’বলগীয়া হয় তেন্তে পাঁচদিন এণ্টিবায়’টিকৰ ক’ৰ্ট কৰিব পাৰে। ইয়াৰ বাহিৰে দেহত আন কোনো ধৰণৰ সংক্রমণ হ’লে একেই মাত্ৰাত এন্টিবায়’টিক দিব পাৰিব।

অৱশ্যে ইয়াৰ বেছি পৰিমাণ কোনো কাৰণতেই দিব নোৱাৰিব। দেশৰ শীৰ্ষ চিকিৎসা পৰিষদ আইচিএমআৰ-এ সকীয়াই দিছে যে ছালৰ আৰু কোমল আঁহৰ সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবায়’টিকৰ পাঁচদিনীয়া কৰ্চ দিব পৰা যায়।

একেদৰে পাৰিপাৰ্শ্বিকতাত আক্ৰান্ত হোৱা নিউমনিয়া জ্বৰৰ ক্ষেত্ৰত পাঁচদিন আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত নিউমনিয়াত আক্রান্ত হ’লে আঠদিনৰ বাবে এণ্টিবায়’টিক দৰব প্ৰদান কৰিব পৰা যাব।

কম মাত্ৰাৰ জ্বৰ আৰু ভাইৰেল ব্রংকাইটিছৰ দৰে ৰোগৰ ক্ষেত্ৰত এণ্টিবায়’টিকৰ ব্যৱহাৰৰ দিশত আইচিএমআৰৰ নিৰ্দেশনাত একপ্ৰকাৰ সকীয়াই দিয়া হৈছে আৰু চিকিৎসকসকলক পৰামৰ্শ দিয়া হৈছে যাতে তেওঁলোকে ৰোগীক এই দৰব প্ৰদান কৰিলে এটা সময়সীমা বান্ধি দিয়ে।

জ্বৰ হ’লেই কোনো ধৰণৰ নিৰ্দিষ্ট পৰীক্ষা নকৰাকৈ এণ্টিবায়’টিক প্ৰদান কৰাৰ বিপৰীতে যথোপযুক্ত পৰীক্ষা-নিৰীক্ষাৰ পাছত ৰোগীজনৰ ক্ষেত্ৰত কোন বিধ এণ্টিবায়’টিক সুফলদায়ক হ’ব সেয়া নিশ্চিত কৰিব লাগে বুলি আইচিএমআৰে কয়।

২০২১ ৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত আইচিএমআৰ-এ কৰা এক জৰীপত প্ৰকাশ পাইছে যে ভাৰতৰ বৃহৎসংখ্যক ৰোগীয়ে এতিয়া আৰু কাৰ্বাপেনেমৰ দৰে শক্তিশালী এণ্টিবায়’টিকৰ দ্বাৰা উপকৃত নহ’ব পাৰে। নিউমনিয়া আৰু ছেপ্টিচেমিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত আইচিইউত থকা ৰোগীক সাধাৰণতে এইবিধ জটিল এণ্টিবায়’টিক প্ৰদান কৰা হয়।

যদিও ভাৰতত এইবিধ এণ্টিবায়’টিকৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ বাবে এই দৰবে এতিয়া আৰু অধিকাংশ ভাৰতীয়ৰ বাবে উপকৃত হৈ নাথাকিব। আইচিএমআৰৰ বিশ্লেষণত দেখিছে যে এনে বহু এণ্টিবায়’টিকৰ প্ৰতি শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে, যাৰ ফলত সম্প্ৰতি উপলব্ধ দৰবৰ দ্বাৰা কিছুমান সংক্ৰমণৰ চিকিৎসা কঠিন হৈ পৰিছে।

এনে আন এবিধ এণ্টিবায়’টিক হৈছে ইমিপেনেম। ২০১৬ত এইবিধ এণ্টিবায়’টিকৰ বিপৰীতে ভাৰতত প্ৰতিৰোধ ক্ষমতা আছিল ১৪ শতাংশ আৰু ২০২১ত ই ৩৬ শতাংশলৈ বৃদ্ধি পালে। এইদৰে সম্প্ৰতি বজাৰত উপলব্ধ বিভিন্ন এণ্টিবায়’টিকৰ ক্ষেত্ৰত শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় হৈছে। ফলত আইচিএমআৰ-এ জাৰি কৰিছে নিৰ্দেশনা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AntibioticsDoctorsGuidelinesICMR
publisher

publisher

Related Posts

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d