Four Smugglers Arrested With Fake Gold Boats In Jagiroad :জাগীৰোডত নকল সোণৰ নাও সহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ

WhatsApp Image 2023 03 20 at 12.15.59

Four Smugglers Arrested With Fake Gold Boats In Jagiroad :

জাগীৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা এক অভিযানত নকল সোণৰ নাও সহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সৰবৰাহকাৰী কেইটাৰ পৰা ছটাকৈ ম’বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰী কেইটা হ’ল ৰিকুমণি আলী, জাহিদুল ইছলাম আবু তাহেৰ আৰু ফাইজুল ইছলাম ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version