Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhemaji Student :মেট্ৰিকত গণিত বিষয়ৰ পৰীক্ষাত নকল কৰি বহিস্কৃত ছাত্ৰৰ বিস্ফোৰণ স্বীকাৰোক্তি

গণিত বিষয়ৰ প্ৰশ্ন কাকতো ফাদিল হৈছিল !

publisher by publisher
March 14, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Dhemaji Student :মেট্ৰিকত গণিত বিষয়ৰ পৰীক্ষাত নকল কৰি বহিস্কৃত ছাত্ৰৰ বিস্ফোৰণ স্বীকাৰোক্তি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

HSLC Examination:ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

More than 6,000 candidates did not sit for the HSLC examination:ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণৰ বাবে মেট্রিকত অৱতীৰ্ণ নহ’ল ছয় সহস্রাধিক

Dhemaji Student :

ছাত্ৰ-ছাত্ৰী ভৱিষ্যতক লৈ হেতালি খেলা ছেবাৰ অকমন্যতাৰ বহু তথ্য শেহতীয়াকৈ আহিছে পোহৰলৈ ৷ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এই বাৰ পুনৰ আন এক ভয়ংকৰ স্বীকাৰোক্তি দিছে মেট্ৰিকৰ এজন বহিস্কৃত ছাত্ৰই ৷

ADVERTISEMENT

কেৱল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱা নাছিল। ফাদিল হৈছিল গণিত বিষয়ক প্ৰশ্ন কাকতো ৷ একাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল গণিত বিষয়ক প্ৰশ্ন কাকত।

এই চাঞ্চল্য স্বীকাৰোক্তি প্ৰদান কৰিছে ধেমাজিৰ এজন ছাত্ৰই ৷ ইয়ে শিক্ষামন্ত্ৰী আৰু ছেবাৰ নগ্ন ৰূপটো পুনৰ উন্মোচিত কৰিছে ৷ অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক।

উল্লেখ কৰিব পাৰি যে,স্বীকাৰোক্তি দিয়া ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্ত ইতিপূৰ্বে হৈ যোৱা গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক নিৰিক্ষকে বহিষ্কাৰ কৰিছিল পৰীক্ষা গৃহৰ পৰা।

কিন্ত দেওবাৰে বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ছেবাই নিশাই বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলৰ ঘোষণা কৰি সোমবাৰে বিয়লী পুনৰ পৰীক্ষা দিন ৩০ মাৰ্চ ঘোষণা কৰে ৷

ইফালে ৰাজ্য চৰকাৰে এই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চি আই ডিত ৷

ইতিমধ্যে তদন্ত কাৰী সন্থাটোৱে সোমবাৰে ওৰে নিশা গুৱাহাটী সহ ভিন্ন প্ৰান্তত অভিযান চলাই ২২ জনক আটক কৰে ৷গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰী সহ আন এজন শিক্ষক সহ তিনিজন গ্ৰেপ্তাৰ কৰিছে ৷

আনহাতে গণিত পৰীক্ষাৰ দিনা পৰীক্ষাৰ পূৰ্বে ধেমাজিৰ বহিস্কৃত ছাত্ৰজনে হোৱাটছএপ গ্ৰুপ এটাত পোৱা মুঠ পঞ্চাশ নম্বৰৰ ৪৫ নম্বৰৰ নকল প্ৰস্তুত কৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰিছিল ৷ পৰীক্ষা গৃহত পোৱা প্ৰশ্নকাকত খন তেওঁ হোবাটছএপৰ জৰিয়তে পোৱা কাকত খনৰ হুবহু মিল আছিল ৷

কিন্ত নকল কৰোতেই ধৰা পৰাৰ পাছত বিদ্যালয় খনৰ অধ্যক্ষই কৰা জেৰাত তেওঁ পোৱা হোৱাটছএপ গ্ৰুপটোৰ কথা সদৰি কৰিছিল ৷ আনকি এই বিষয়টো লিখিত ভাৱেই সংশ্লিষ্ট পক্ষক লিখিত ভাৱে অৱগত কৰিছিল।

ধেমাজী বহিস্কৃত ছাত্ৰজনৰ এই বিস্ফোৰক স্বীকাৰোক্তিয়ে চলিতবৰ্ষৰ হাইস্কুল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো অধিক ৰহস্যাম্বিত কৰি তুলিছে ৷পৰীক্ষা আটাইবোৰ বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ সন্দেহ ঘনীভূত হৈ পৰিছে ৷

উল্লেখ্য যে,ছেবাৰ এটা দুষ্ট চক্ৰই ধনৰ লোভত পৰীক্ষাৰ সময়ত এই ধৰণৰ কামকাজ কৰি আহিছে ৷ এনে প্ৰেক্ষাপটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত কৰি থকা চি আই ডিয়ে ধেমাজীৰ বহিস্কৃত ছাত্ৰজনৰ বহি আৰু নকল পৰীক্ষা কৰি ছাত্ৰজনক তদন্ত আওতালৈ আনিলে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ConfessionsDhemaji StudentHSLC ExaminationHSLC Question PaperLeak
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d