Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :
বহু চৰ্চিত এ পি এছ চি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷
এ পি এছ চি কেলেংকাৰীত জয়িত ৰাকেশ পাল বিগত ছয়বছৰ চাৰিমাহ কাৰাগাৰত বন্দী হৈ আছে ৷
উল্লেখ্য যে, এই কেলেংকাৰীৰ আন আন গোচৰত ইতিমধ্যে জামিন পাই থৈছে ৰাকেশ পালে৷
এনে প্ৰেক্ষাপটত শীৰ্ঘেই মুকলি আকাশৰ তললৈ আহিব এ পি এছ চি কেলেংকাৰীৰ খলনায়কজন ৷