Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :এ পি এছ চি কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ৰাকেশ পালৰ জামিন,শীঘ্ৰেই মুকলি আকাশৰ তললৈ ৰাকেশ পাল

WhatsApp Image 2023 03 24 at 16.10.07

Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :

বহু চৰ্চিত এ পি এছ চি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

এ পি এছ চি কেলেংকাৰীত জয়িত ৰাকেশ পাল বিগত ছয়বছৰ চাৰিমাহ কাৰাগাৰত বন্দী হৈ আছে ৷

উল্লেখ্য যে, এই কেলেংকাৰীৰ আন আন গোচৰত ইতিমধ্যে জামিন পাই থৈছে ৰাকেশ পালে৷

এনে প্ৰেক্ষাপটত শীৰ্ঘেই মুকলি আকাশৰ তললৈ আহিব এ পি এছ চি কেলেংকাৰীৰ খলনায়কজন ৷

Exit mobile version