Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

Puffed rice :  

* মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী

* একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়।

* মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে ।

*বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি উপকাৰী।

*যিসকল লোকৰ ময়দা বা আটাৰ বাবে এলাৰ্জিৰ সৃষ্টি হয় তেওঁলোকে মূড়ি খালে উপকাৰ পোৱা যায়।

*মূড়ি ক্রয় কৰোতে সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত। কাৰণ বগা বা পৰিষ্কাৰ মূড়ি প্রস্তুত কৰোতে লবন বা ছডিয়াম কার্বোনেট ব্যৱহাৰ হয় যিটো স্বাস্থ্যৰ বাবে তেনেই ক্ষতিকাৰক।

Exit mobile version