Tinsukia :  তিনিচুকীয়া জিলাত প্ৰচণ্ড ধুমুহা- শিল বৰষুণ গছ বাগৰি যোগাযোগ ব্যাহত

IMG 20230328 WA0017

Tinsukia :

উজনি অসমৰ তিনিচুকীয়া জিলাতো প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুনে আজি তাণ্ডৱ চলায়। তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰে। তিনিচুকীয়া, ডুমডুমা, পেঙেৰী আদিত গছ বাগৰি পথ বন্ধ হৈ পৰে।

ধুমুহাই বিদ্যুৎ সেৱাও ব্যাহত কৰে।ঘৰ, বাৰী ক্ষতি কৰাৰ পিছত বহু অঞ্চল অন্ধকাৰত ডুব গৈছে। শিলা বৃষ্টি কৰি বৃহৎ ক্ষতি হৈছে। বাৰীৰ ফচল নষ্ট কৰি কৃষকক বৃহৎ লোকচানৰ সন্মুখীন কৰিছে।

Exit mobile version