Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Parliamentary Standing Committee Report Reveals Disturbing Facts:সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

হিমবাহৰ বিস্ফোৰণত হিমালয়ৰ পাদদেশীয় অঞ্চলত আচম্বিত প্ৰলয়

publisher by publisher
March 31, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Parliamentary Standing Committee Report Reveals Disturbing Facts:সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
1
SHARES
6
VIEWS
ShareShareShareShare

Parliamentary Standing Committee Report Reveals Disturbing Facts :

ADVERTISEMENT

গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত ছন্দ হেৰুৱাইছে হিমালয়ৰ পৰিৱেশে। বিগত ৫০ বছৰত ক্ৰমশঃ শীত প্ৰৱাহৰ হাৰ কমি আহিছে হিমালয়ৰ বক্ষত। হ্রাস পাইছে অতিশয় শীতৰ দিন আৰু শীতার্ত নিশাৰ সংখ্যা।

RelatedPosts

৪০০ৰো অধিক হিমবাহৰ হ্ৰদৰ আকাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে! হিমালয়ৰ ৰাজ্যসমূহত বাঢ়িছে বিপদ

Sonam Wangchuk:আহিবলগীয়া মহাকুম্ভ হ’ব বালিৰ ওপৰত

21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:হিমালয়ৰ ২১ হেজাৰ ফুট উচ্চতাৰ শৃংগ বগাই ইতিহাস পৰ্বতাৰোহীৰ

ইয়াৰ পৰিৱৰ্তে হিমালয়ত দিনে দিনে বুদ্ধি পাবলৈ ধৰিছে তুলনামূলকভাৱে গৰম দিনৰ সংখ্যা । সমগ্র দক্ষিণ-পূব এছিয়াৰ পৰিৱেশ-পাৰিপাৰ্শ্বিকতা তথা জলবায়ুকে ধৰি এক বিস্তীর্ণ অঞ্চলৰ বাসিন্দাৰ জীৱন নিৰ্বাহৰ প্ৰণালীও নিৰ্ণয় কৰা হিমালয়ৰ বক্ষত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত দিনে দিনে ক্ষয়িষ্ণু হ’বলৈ ধৰিছে হিমবাহ।

হিমালয়ৰ হিমবাহৰ অধিক সংখ্যকে ব্যাপক হাৰত গলিবলৈ ধৰাৰ বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছে হিমাচলৰ পাদদেশীয় অঞ্চলসমূহত। উল্লেখ্য যে হিমালয়ৰ বুকুত অস্বাভাৱিক হাৰত হিমালয়ৰ হিমবাহৰ ব্যাপক গলনে ভাৰতীয় ভূখণ্ডলৈ কঢ়িয়াই অনা ভাবুকিৰ তথ্য।

WhatsApp Image 2023 03 31 at 14.27.43উল্লেখ্য যে হিমালয়ৰ পাদদেশীয় অঞ্চলত বৰফ ভাণ্ডাৰৰ বিস্ফোৰণে সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি আদি দিশ নিৰীক্ষণৰ বাবে সংসদীয় স্থায়ী কমিটীয়ে বিচৰা তথ্যৰ আধাৰত ভাৰত চৰকাৰে প্ৰদান কৰা শেহতীয়া পৰিসংখ্যাই প্ৰকাশ কৰিছে গোলকীয় উষ্ণতাই হিমালয়ৰ বৰফ ভাণ্ডাৰলৈ কঢ়িয়াই অনা ভাবুকিৰ তথ্য।

বুধবাৰে লোকসভাত সংসদীয় স্থায়ী কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰা হৈছে হিমালয়ৰ হিমবাহ দিনে দিনে সংকুচিত হোৱাৰ ভয়াৱহ তথ্য। উল্লেখ্য যে ব্যাপক হাৰত বৰফ গলিবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত হিমালয়ৰ পাদদেশীয় অঞ্চলৰ নদী ব্যৱস্থাটোৱে সমগ্ৰ অঞ্চলটোতে বৃদ্ধি কৰিছে প্ৰাকৃতিক দুৰ্যোগৰ।

প্রতিবেদনখনত প্ৰকাশ কৰা তথ্য মতে, কেন্দ্ৰীয় জলসম্পদ বিভাগ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ বিভাগে ভাৰতৰ ভূতত্ত্ব জীপ বিভাগৰ পৰা তথ্য লাভ কৰিছে যে হিমালয়ত থকা মুঠতে ৭৬ টা হিমবাহৰ ভিতৰত নটাকৈ হিমবাঁহ ব্যাপক হাৰত গলিবলৈ ধৰিছে; কিন্তু সামগ্রিকভাবে হিমালয়ত অধিক সংখ্যক হিমবাহেই পূৰ্বৰ তুলনাত অধিক হাৰত গলিবলৈ ধৰাটোও উন্মোচিত হৈছে।

বিভাগটোৱে উনুকিয়াই দিয়া মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয়ৰ হিমবাহ ব্যাপক হাৰত গলিবলৈ ধৰাৰ ফলত হিমালয়ক কেন্দ্ৰ কৰি থকা সমগ্ৰ নদী ব্যৱস্থাটোত সোঁতৰ স্বাভাৱিক হাৰত ক্ষতি কৰাৰ উপৰি কেতবোৰ প্ৰাকৃতিক দুৰ্যোগৰো সৃষ্টি কৰিছে।

বিশেষকৈ হিমবাহৰ বিস্ফোৰণে সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি, ভূমিস্খলন ইত্যাদি বৃদ্ধিত অৰিহণা যোগাইছে হিমালয়ৰ বৰফ গলিবলৈ ধৰাৰ ধাৰাবাহিকতাই। ভূতত্ত্ব জৰীপ বিভাগে এই কথাও প্ৰকাশ কৰিছে যে হিমালয়ত ব্যাপক হাৰত বৰফ গলিবলৈ ধৰাৰ ফলত পার্বত্য অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালী আৰু হিমালয়ৰ পাদদেশীয় অঞ্চলৰ নামনিত বসবাস কৰা লোকসকলৰ ওপৰতো কুপ্ৰভাৱ পেলাইছে।

বিশেষকৈ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক সেৱাত ব্যাপক সলনি ঘটা পৰিলক্ষিত হৈছে। সংসদীয় স্থায়ী কমিটীয়ে প্রতিবেদনখনত এই কথাও প্ৰকাশ কৰিছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে জল ভাণ্ডাৰৰ তথ্য আদান-প্রদানত থকা আসোৱাহৰ বাবেও ভাৰতীয় ভূখণ্ডত বসবাস কৰা লোকসকলে আচম্বিতে প্রাকৃতিক প্রলয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে তথ্যৰ আদান-প্রদান অধিক সুচল হ’লে অত্যন্ত এনে বিপদৰ পৰা পৰিত্ৰাণৰ বাবে ভাৰতীয়সকলে আগতীয়াকৈ সতৰ্ক আৰু সষ্টম হ’ব পাৰিলেহেঁতেন।

সংসদীয় স্থায়ী কমিটীয়ে জলসম্পদ বিভাগক এই বিষয়টো কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ স’তে আলোচনা কৰি হিমালয়ৰ পাদদেশীয় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে নদীত পানীৰ হ্ৰাস- বৃদ্ধি, বৰফ ভাণ্ডাৰৰ পৰিসংখ্যা আৰু বৰফ ভাণ্ডাৰৰ বিস্ফোৰণ আদিৰ সকলো তথ্য যাতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা তৎকালে লাভ কৰা যায় সেয়া নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।

স্থায়ী কমিটীয়ে প্রতিবেদনখনত এই কথা উল্লেখ কৰিছে যে জম্মু আৰু কাশ্মীৰ তথা হিমাচল প্ৰদেশৰ স’তে লাগি থকা হিমালয়ৰ প্ৰায় ১৬ টা স্থানত বিগত সময়ছোৱাত গ্ৰীষ্ম দিন বৃদ্ধি হোৱাৰ বিপৰীতে শীতৰ দিন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত ৩০ টা বছৰৰ ভিতৰত অধিক শীতৰ দিন প্রায় দুইৰ পৰা ছয় শতাংশলৈকে হ্রাস পোৱা বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিদেশৰ বিভিন্ন গৱেষক সংস্থাই হিমালয়ৰ হিমবাহ ব্যাপক হাৰত গলিবলৈ ধৰা বুলি সকীয়াই দি অহাৰ সময়তে এইবাৰ সংসদীয় স্থায়ী কমিটীয়ে হিমালয়ত সৃষ্টি হোৱা জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱে ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা বুলি কেন্দ্ৰীয় চৰকাৰে জনোৱা তথ্যই পৰিস্থিতিৰ ভয়াৱহতা অধিক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HimalayasParliamentary Standing CommitteeReport Reveals Disturbing
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d