Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Green Port And Green Shipping In India:সেউজ বন্দৰ পৰিৱেশ প্ৰণালীৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ

ভি অ' চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ'জেন হাব হিচাপে বিকশিত কৰা হ'ব : সোণোৱাল

publisher by publisher
February 21, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Green Port And Green Shipping In India:সেউজ বন্দৰ পৰিৱেশ প্ৰণালীৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Union ports Minister Sarbananda Sonowal Visit Mumbai:পাঁচ বছৰৰ ভিতৰত ক্রুজ কল আৰু যাত্ৰীৰ সংখ্যা দুগুণ কৰাৰ বাবে ‘ক্ৰুজভাৰত মিছন’ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ

Green Port And Green Shipping In India:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিয়ে আজি মুম্বাইত ‘সেউজ বন্দৰ আৰু সেউজ জাহাজ পৰিবহণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

ADVERTISEMENT

এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে সংশ্লিষ্ট কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও সাংসদ আৰু উচ্চপদস্থ বিষয়া।

মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ সেউজ জাহাজ আৰু সেউজ জাহাজ পৰিবহণ পদক্ষেপৰ অধীনত দেশৰ মুখ্য বন্দৰবোৰে বিভিন্ন সময়োচিত কার্যকলাপ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিছে যিয়ে বন্দৰ আৰু জাহাজ খণ্ডৰপৰা সেউজ গৃহ গেছ (গ্রীণ হাউছ গেছ)ৰ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব আৰু সামুদ্রিক খণ্ডক সেউজীয়া তথা বহনক্ষম কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

“কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ প্ৰতিটো মুখ্য বন্দৰৰ মুঠ বিদ্যুৎ চাহিদাৰ বাবে নৱীকৰণযোগ্য শক্তিৰ অংশ বৰ্তমানৰ ১০% তকৈও কম অংশৰপৰা এতিয়া ৬০% লৈ বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে।

বন্দৰবোৰে ২০৩০ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ প্ৰক্ৰিয়াকৰণৰ সময়ত কাৰ্বন নির্গমন ৩০% হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুকলি কৰা মেৰিটাইম ভিজন ডকুমেণ্ট-২০৩০ হৈছে বহনক্ষম সামুদ্রিক খণ্ড আৰু নীল অৰ্থনীতিৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীৰ ১০ বছৰীয়া ব্লুপ্ৰিণ্ট।

তেখেতৰ সবল দৃষ্টিভংগীক সাৰোগত কৰিয়েই সেউজ বন্দৰ, সেউজ জাহাজ পৰিবহণ আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল বিকাশত আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ। সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনৰ অধীনত পৰিকল্পনা কৰা অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে পাৰাদীপ বন্দৰ, দীনদয়াল বন্দৰ আৰু ভি অ’ চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ’জেন হাব হিচাপে বিকশিত কৰাৰ বাবে নির্বাচিত কৰিছে, যিয়ে ২০৩০ চনৰ ভিতৰত সেউজ হাইড্ৰজেনৰ উৎপাদন, সঞ্চয় আৰু প্ৰক্ৰিয়াকৰণ ত্বৰান্বিত কৰিব পাৰে।

মন্ত্ৰালয়টোৱে মুখ্য বন্দৰসমূহত সেউজ বন্দৰৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই বন্দৰসমূহত পাৰিপাৰ্শ্বিক অনুকূল উন্নয়ন সাধন হয়।

সেউজ পৰিবহণৰ অংশ বৃদ্ধি কৰাৰ বাবে ভাৰতৰ সর্ববৃহৎ জাহাজ নির্মাণ কোম্পানী কোচিন শিপয়ার্ড লিমিটেডে বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰি আছে।

ইয়াৰ ভিতৰত আছে হাইব্রিড ইলেক্ট্রিক ফেৰী, স্বতন্ত্র শূন্য-নির্গমন জাহাজ, হাইড্রজেন ফুৱেল চেল ফেৰীৰ পাইলট প্রকল্প, বৈদ্যুতিক কেটামাৰান ৱাটাৰ টেক্সি, হাইব্রিড ইলেক্ট্রিক ৰ’-ৰ’, হাইব্রিড এলএনজি-ইলেক্ট্রিক ইনলেও কাৰ্গ কেৰিয়াৰ, হাইব্রিড টাপ আদি।

দেশৰ ১২টা মুখ্য বন্দৰৰদ্বাৰা সেউজ পদক্ষেপসমূহ যি ক্ষিপ্ৰ গতিত হাতত লোৱা হৈছে, সেইটোৱে নিশ্চিতভাৱে বন্দৰসমূহক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তুলিবলৈ খণ্ডটোত এক সেউজ বিপ্লৱৰ সৃষ্টি কৰিব, যি হৈছে নীল অৰ্থনীতিৰ এক মুখ্য উপাদান। ই পৰিৱেশগত সুৰক্ষাৰ উপৰি বিনিয়োগ আৰু নগদ প্রবাহৰ ভাৰসাম্যও বজাই ৰাখিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Green PortGreen ShippingJawaharlal Nehru Port AuthorityMumbai Port AuthorityUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d