Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Appointment :নাই শিক্ষা, নিযুক্তি, প্ৰশিক্ষণৰে সম্পৰ্ক , সংস্থাপন নোহোৱাসকলৰ অধিকাংশই মহিলা

ৰাজ্যৰ ৩৯ শতাংশ যুৱক - যুৱতীয়ে দিশহাৰা

publisher by publisher
April 5, 2023
in India, News
Reading Time: 3 mins read
0
Appointment :নাই শিক্ষা, নিযুক্তি, প্ৰশিক্ষণৰে সম্পৰ্ক , সংস্থাপন নোহোৱাসকলৰ অধিকাংশই মহিলা
1
SHARES
10
VIEWS
ShareShareShareShare

Appointment :

ADVERTISEMENT

প্রতি তিনিজন অসমীয়া যুৱকৰ ভিতৰত এজনেই শিক্ষা, নিযুক্তি বা কোনো প্ৰশিক্ষণৰ স’তে জড়িত নহয়। এক কথাত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ এইসকল অসমীয়া যুৱক-যুৱতীয়ে গতি কৰিছে এক অনিশ্চিত ভৱিষ্যতলৈ।

RelatedPosts

Zubeen Garg:অৱশেষত দিল্লীৰ পৰা আহি পালে জুবিন গাৰ্গৰ ভিছেৰা ৰিপ’ৰ্ট

India:বিপৰ্যয়ৰ আশংকা ভাৰতৰ ভূখণ্ড দুটা ভাগত বিভক্ত হোৱাৰ উপক্ৰম

Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

লক্ষ্যণীয় যে শিক্ষা বা সংস্থাপন অথবা কোনো প্ৰশিক্ষণৰ স’তে জড়িত নাথাকি সম্পূর্ণভাৱে নিবনুৱা হৈ ৰোৱা এইসকল যুৱক-যুৱতীৰ ভিতৰত আকৌ যুৱতীৰ সংখ্যা অধিক।

ৰাজ্যখনৰ ৩৯.২ শতাংশ নগৰ-চহৰৰ শিক্ষা-সংস্থাপন-প্রশিক্ষণৰে জড়িত নথকা যুৱক-যুৱতীৰ ভিতৰত ৫৯.২ শতাংশই যুৱতী।

লক্ষ্যণীয় যে ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্রণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় নমুনা সমীক্ষাই দেশজুৰি চলোৱা ‘মাল্টিপ’ল ইণ্ডিকেটৰ ছাৰ্ভে ইন ইণ্ডিয়া’ শীৰ্ষক সমীক্ষাৰ শেহতীয়াকৈ প্ৰকাশিত প্রতিবেদনত উন্মোচিত হৈছে ৰাজ্যৰ নগৰ-চহৰত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালীৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য।

প্রতিবেদনত প্রকাশিত তথ্য অনুসৰি ১৫ৰ পৰা ২৯ বছৰ বয়সৰ অসমৰ যুৱ প্ৰজন্মৰ ৩৯.২ শতাংশই শিক্ষা, নিযুক্তি অথবা প্ৰশিক্ষণৰ স’তে জড়িত নথকাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ হ’ল ৩৩ শতাংশ। অসমৰ দৰেই সৰ্বভাৰতীয় পৰ্যায়তো যুৱ প্ৰজন্মৰ ৫০ শতাংশই মহিলা।

শিক্ষা, সংস্থাপন বা কোনো প্রশিক্ষণ নথকা এইসকল যুৱক- যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ বিষয়টোৱে উন্মোচিত কৰিছে অসমকে ধৰি দেশৰ নিবনুৱা সমস্যাৰ বাস্তৱ পৰিস্থিতি।

উল্লেখ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ ভিতৰত ৩২.৯ শতাংশই শিক্ষা, সংস্থাপন বা প্রশিক্ষণ ক’তোৱেই জড়িত নোহোৱাকৈ কেৱল চাকৰি বিচাৰি থকা।

ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক সংখ্যকেই আকৌ অসমৰ।প্ৰকাশিত প্রতিবেদনত ৰাজ্যসমূহৰ তালিকাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ কেন্দ্রীয় শাসিত অঞ্চল দুটাক বাদ দিলে আন ৰাজ্যসমূহৰ ভিতৰত এই সংখ্যাৰে শীৰ্ষত আছে অসম।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাই উন্মোচিত কৰিছে অসমত নিবনুৱা যুৱক-যুৱতীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাস্তৱ পৰিস্থিতি।

নেছনেল চেম্পল ছাৰ্ভেৰ প্ৰতিবেদনত এই কথাও পোহৰলৈ আহিছে যে কম্পিউটাৰৰ সামান্য দুই-এটা দিশ জনা-নজনাৰ ভিতৰত অসমৰ স্থিতি অতি শোচনীয়।

সমীক্ষা মতে, কম্পিউটাৰত এটা ফাইল বা ফল্ডাৰ কঁপি কৰি ইফাল-সিফাল কৰিবলৈ জানে মাথোঁ ২৭.৭ শতাংশ যুৱক-যুৱতীয়েহে।

১৫ৰ পৰা ২৪ বছৰ বয়সৰ এই যুৱক-যুৱতীসকলৰ ভিতৰত কম্পিউটাৰত কোনো এটা বিষয়বস্তুৰ হুবহু প্ৰতিলিপি কৰিবলৈ কপি আৰু পেষ্ট কৰিব জানে মাথোঁ ২৬.৯ শতাংশইহে।

ইফালে, কোনো ফাইল সংলগ্ন কৰি ই-মেইল প্ৰেৰণ কৰিব জানে ৰাজ্যখনৰ মাথোঁ চাৰি শতাংশ যুৱক-যুৱতীয়েহে।

কম্পিউটাৰত নতুনকৈ কোনো ডিভাইছ সংযোগ অথবা ইনষ্টল কৰিব জানে ৪.৭ শতাংশ আৰু কোনো ফাইল বা ছফ্টৱেৰ ডাউনলোড কৰি ইনষ্টল কৰিব জানে মাথোঁ ১৩.৮ শতাংশইহে। অর্থাৎ কম্পিউটাৰ ব্যৱহাৰৰ জ্ঞান থকা যুৱক-যুৱতীৰ সংখ্যাও অসমত তেনেই নগণ্য।

প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে একাদিক্ৰমে বিগত তিনিটা মাহ ম’বাইল ফোন ব্যৱহাৰ কৰি থকা যুৱক-যুৱতীৰ সংখ্যাৰ দিশেৰে অৱশ্যে সৰ্বভাৰতীয় স্তৰত অসমৰ স্থিতি সন্তোষজনক।

ৰাজ্যখনৰ ১৫ৰ পৰা ১৮ বছৰ বয়সলৈ ৭৮ শতাংশ আৰু ১৮ বছৰৰ ঊৰ্ধ্বৰ যুৱকৰ ভিতৰত ৮০.৮ শতাংশ যুৱকৰে আছে ম’বাইল ফোন।

ইয়াৰে ভিতৰত আকৌ গ্রামাঞ্চলত ৭৯.৩ শতাংশৰ বিপৰীতে চহৰাঞ্চলত এই সংখ্যা হ’ল ৯১.৮ শতাংশ। ইফালে, মহিলাৰ ক্ষেত্ৰত এই সংখ্যা ১৫ৰ পৰা ১৮ বছৰৰ ভিতৰত ৫১.২ শতাংশ আৰু ১৮ বছৰৰ ঊৰ্ধ্বৰ যুৱতীৰ ক্ষেত্ৰত ম’বাইল ফোন থকা যুৱতীৰ সংখ্যা হ’ল ৫২.৩ শতাংশ।

ভাৰত চৰকাৰে যোৱা মাৰ্চত প্ৰকাশ কৰা ২০২০-২১ৰ বহুমুখী চিহ্নৰ সমীক্ষা শীর্ষক প্রতিবেদনখনত লগতে উল্লেখ কৰিছে যে অসমত বাতৰি কাকত, আলোচনী, ৰেডিঅ’, টিভি আৰু ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি যোগাযোগ ব্যৱস্থাৰে সংপৃক্ত হৈ থকা লোকৰ সংখ্যা ৬৬.৩ শতাংশ।

এই ক্ষেত্ৰত দেশৰ প্ৰায়ভাগ আগশাৰীৰ ৰাজ্যতে এই হাৰ ৯০ শতাংশৰ ঊৰ্ধ্বৰ। ইফালে, অসমত ব্ৰডবেণ্ড সেৱা ব্যৱহাৰ কৰে ২২.৪ শতাংশ পৰিয়ালে। সমীক্ষা প্রতিবেদন মতে, ৰাজ্যখনত ১৮ বছৰৰ ঊৰ্ধ্বৰ বেংক একাউণ্ট থকা ব্যক্তিৰ হাৰ ৮৩.৫ শতাংশ।

ইয়াৰে ভিতৰত গ্রামাঞ্চলত ৮২.৮ শতাংশ আৰু চহৰাঞ্চলত ৮৮.৮ শতাংশৰে আছে বেংক একাউণ্ট।আকৌ ১৫ বছৰৰ ঊৰ্ধ্বৰ ১৮ বছৰ বয়সলৈকে ৮০.৪ শতাংশ যুৱক যুৱতীৰে আছে বেংক একাউণ্ট।

অসম চৰকাৰে প্ৰশাসন চলোৱাৰ নামত যিদৰে বিভিন্ন উৎসৰ পৰা বৃহৎ অংকৰ ঋণ গ্ৰহণ কৰি ৰাইজৰ মূৰত বোজা জাপি দিছে, ঠিক তেনেদৰেই ৰাজ্যৰ সৰ্বসাধাৰণ জনতায়ো ঋণৰ বোজাত পোত যাবলগীয়া হৈছে।

নেছনেল চেম্পল ছাৰ্ভেৰ শেহতীয়া প্রতিবেদন মতে, অসমত ১৮ বছৰৰ ঊৰ্ধ্বৰ প্ৰতি এক লাখ লোকৰ ভিতৰত সৰ্বাধিক ৭,৫৪৯ জন লোকে বেংক অথবা আন বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰত ধৰুৱা হৈ আছে। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰাসকলৰ ভিতৰত নগৰাঞ্চলত গ্রামাঞ্চলতকৈ সংখ্যা অধিক।

গ্রামাঞ্চলত এই সংখ্যা প্রতি এক লাখ লোকৰ ভিতৰত ৭,২৭০ জন আৰু নগৰাঞ্চলত ৯,৬৫২ জনেই বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰত ধৰুৱা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: National Sample SurveyReport
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d