Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধলপুৰত উচ্ছেদিতৰ অনিশ্চিত জীৱন

publisher by publisher
September 30, 2021
in Assam, News
Reading Time: 1 min read
0
ধলপুৰত উচ্ছেদিতৰ অনিশ্চিত জীৱন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

অইন বছৰবােৰত শৰতৰ আগমনত ধলপুৰ জিলিকি উঠিছিল। চাক্ষুষ দৃষ্টিৰে ঢুকি নােপােৱা পাৰাপাৰহীন ধলপুৰৰ বালিচৰত ফুলিছিল কঁহুৱা। বতাহত হালি-জালি নাচিছিল। কঁহুৱাৰ নাচৰ তালে তালে গছ-লতা বননিয়ে জুৰিছিল শৰতৰ গান। পূবে সুউচ্চ ধলপুৰ পাহাৰ, য’ত আছে ধলপুৰ শিৱ ধাম। ধামৰ গাতে লাগি আছে সুবিশাল মহাবাহু ব্রহ্মপুত্র। উত্তৰে সুতি, দক্ষিণেও সুতি। তাৰ মাজতেই অৱস্থিত ধলপুৰ নম্বৰ এক, দুই আৰু তিনি। শৰতৰ ৰাতি জোনাক ওলালে কঁহুৱা বনৰ সুৱাসত বুঢ়া ব্ৰহ্মপুত্ৰইও অনন্য ৰূপ লৈছিল। শুনিছিলাে বোঁৱতী ব্ৰহ্মপুত্ৰৰ কুলু কুলু মাত। জোনাক ওলালে নদীৰ বুকুত বান্ধি থােৱা হাত নাওখনে সাৰ পাইছিল। উচ্ছেদৰ আগত এইবােৰ চায়েই দিন, মাহ, বছৰ কটাইছিলাে। এতিয়া সকলাে শেষ হ’ল! এতিয়া আমি সুঁতিৰ সিপাৰে আছাে। আগতে আমাৰ ঘৰখন ১১ জনীয়া সদস্যৰে আছিল। এতিয়া ঠাইৰ অভাৱত প্রায় ১০ হেজাৰ মানুহ এটা পৰিয়ালৰ দৰেই যেনে তেনে আছাে। কপালত এয়াই লিখা আছিল। এতিয়া আগৰ গাঁওখনলৈ ঘূৰি চালেই চকুলাে ওলায়। ঘূৰি নাচাওঁ বুলি ভাবাে; কিন্তু জন্ম গাওঁখনলৈ নােচোৱাকৈ কেনেকৈ থাকো?’ ২৮ বছৰীয়া ছাইফুল ইছলামে এইদৰে কৈ গ’ল। এটা সময়ত তেওঁ ৰৈ গ’ল আৰু বহু সময় নীৰৱতাৰে পাৰ কৰিলে। চকুপানীৰ টোপাল হাতেৰে নিগৰি গৈছিল। শেষত চকুপানী মচি কলে, ‘বলক দাদা, ৰঙা চাহ একাপ খাওঁগৈ।’

ADVERTISEMENT

যােৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত উচ্ছেদৰ সন্মুখীন হৈ গৃহহীন হােৱাৰ পাছত ছাইফুলৰ দৰে প্ৰতিজন লােকেই কান্দিছে, হুমুনিয়াহ কাঢ়িছে। কোনােবাই ভােকত কান্দিছে, কোনােবা দুখত কান্দিছে আৰু আন কোনােবাই ৰােগাক্রান্ত হৈ যন্ত্রণাত কেকাইছে। আজি ১১ দিন হ’ল। গৃহহীন লােকসকল ক’লৈ যাব, কি কৰিব, কি.খাব চৰকাৰে কোনাে স্পষ্ট নির্দেশনা দিয়া নাই। ফলত অঘৰীৰ দৰে মুকলি আকাশৰ তলতেই দিন-ৰাতি কটাইছে মানুহবােৰে। গৰিষ্ঠ সংখ্যক মানুহৰ সা-সম্পত্তি, চাইকেল, মটৰ চাইকেল, ধানৰ মেচিন, পালেং, আলমাৰী, আলনা আৰু কাপােৰ-কানি হয় জুইত পুৰি গৈছিল নতুবা সময়মতে স্থানান্তৰ কৰিব নােৱাৰাৰ কাৰণে প্ৰশাসনৰ লােকে নষ্ট কৰি পেলাইছিল। ‘এইদৰে কয় এজন উচ্ছেদিত লােকে।

পূব ধলপুৰ প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জাল্লাল উদ্দিনে আগবাঢ়ি আহি ‘দৈনিক অগ্রদূত’ক কয়, ‘আমাৰ প্রতি পুতৌ জাগিব নালাগে। আমি আজি গৃহহীন হৈ অত্যন্ত লজ্জিত, অপমানিত আৰু যন্ত্রণাক্লিষ্ট। আমাৰ প্রার্থনা, অসমৰ সংবাদ মাধ্যম আমাৰ ওচৰলৈ আহক। প্রকৃত সত্য জানক আৰু পৃথিৱীক জনাওক। ‘৫৫ বছৰীয়া জালাল উদ্দিনে কৈ গ’ল, ‘অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি শাসকীয় দলৰ বহু বিধায়ক, দলীয় নেতা-কর্মীয়ে কৈছে যে আমি হেনাে জনিয়া, চেঙা, বাঘবৰ আদিৰ পৰা আহিছাে। তদুপৰি কৈছে যে আমাৰ মাজৰ বহুতে সােণাপুৰ, চন্দ্রপুৰ আদি অঞ্চললৈ পলাই গৈ পুনৰ বেদখল কার্যত নামি পৰিছে। আমি চৰকাৰ তথা জিলা প্ৰশাসনক অনুৰােধ জনাইছাে, আপােনালােকে উচ্ছেদ কৰা আমি সকলাে ইয়াতেই গৃহহীন হৈ মুকলি আকাশৰ তলত ৰদে-বৰষুণে দিন-ৰাতি পাৰ কৰিছাে। আমি লগতে অনুৰােধ কৰিছাে, আমি ক’ৰ নাগৰিক, সেয়া গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়, চক্র বিষয়াৰ কার্যালয় আৰু উপায়ুক্তৰ কার্যালয় সকলােতে পৰীক্ষা কৰক। এজনাে যদি আমাৰ মাজত অবৈধ নাগৰিক আছে, চৰকাৰে কষ্ট কৰিব নালাগে আমি নিজেই প্রশাসনৰ হাতত গতাই দিম। ‘গভীৰ আক্ষেপেৰে জালাল উদ্দিনে লগতে ক’লে, “আমাৰ এই পৃথিৱীত জন্ম হােৱাই ভুল হ’ল! আমাৰ আত্মসম্মান সকলাে নিঃশেষ হ’ল। আমাক প্রশাসনে অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে।’

ব্ৰহ্মপুত্ৰৰ সুঁতিৰ কাষত, বালিচৰত মুকলি আকাশৰ তলত ভাত ৰান্ধি থকা ৭৫ বছৰীয়া, চকুৰে ভালকৈ মনিব নােৱাৰা নাইটুন নেচাৰক এই প্রতিবেদকে কিনাে কৰি আছে বুলি সােধাত কলে, ‘চৰকাৰে কৈছে যে আমাক খাবলৈ পানী দিছে, দাইল-চাউল দিছে, থাকিবলৈ ঘৰ দিছে। সৌ আকাশলৈ চোৱা চৰকাৰে দিয়া, এই নদী- চৰকাৰে দিয়া। মই বহি থকা সােণৰ কাণফুলিজোৰ চৰকাৰে দিয়া। মই পিন্ধি থকা জিলিকা জিলিকা কাপােৰযােৰ চৰকাৰে দিয়া।’ তাৰ পাছতে আবিজা নেচাই হুকহুকাই কান্দিবলৈ আৰম্ভ কৰিলে। কান্দিব নালাগে, চৰকাৰে আৰু ভগৱান সকলােৱে চকু মেলি চাব’ বুলি কলে ওচৰতে থকা আন এজন উচ্ছেদিতই। এইদৰে গভীৰ আশাত বন্দী হৈ থকা উচ্ছেদিত লােকজনে চৰকাৰৰ পৰা সাহায্যৰ বাবে অনুৰােধ জনালে। আবিজা নেচাৰ কাষতে ৰৈ থকা ১৪ বছৰীয়া আছিক আলীয়ে কলে, ‘বৃদ্ধা মানুহগৰাকীৰ ঘৰত ডাঙৰ মানুহ কোনাে নাই। তেওঁৰ স্বামী দুবছৰ আগতে ঢুকাল। এটাই ল’ৰা আছিল, তাৰ গাত জুই লাগি হাস্পতালত আছে। নদীৰ পৰা পানী দাঙি আনিব নােৱাৰে কাৰণে তেওঁ নদীৰ কাষতে ভাত ৰান্ধে, ইয়াতে গা ধােৱে। কাণেৰেও ভালকৈ নুশুনে।’

এইদৰে উচ্ছেদিত লােকসকল ভেটিৰ বজাৰ নামৰ যি স্থানত বর্তমান অস্থায়ীভাৱে আশ্ৰয় লৈ আছে সেয়া যেন অন্য এক পৃথিৱী। সুঁতিৰ কাষে কাষে দুটা শাৰীৰে বেৰা দি ইংৰাজী ‘ভি’ আখৰৰ আকৃতিৰে টিনপাতেৰে সাজিছে অস্থায়ী ঘৰবােৰ। দুটা শাৰীৰ মাজেৰে খােজ কাঢ়ি গৈ থাকিলে দেখা যায় শ শ কেঁচুৱা, বৃদ্ধা, পুৰুষ-মহিলা আৰু ডেকা-ডেকেৰীৰ অশ্রুসিক্ত নয়নৰ তিৰবিৰণি। সকলােৰে চকুত অনিশ্চয়তা, ভয়, শংকা। মুকলিকৈ হেজাৰ হেজাৰ মানুহৰ বহি থকা দৃশ্য দেখিলে এনে লাগে যেন তেওঁলােকে যােৱা ১০ দিন ধৰি মুকলি আকাশৰ তলত থাকি ৰ’দ-বৰষুণক আপােন কৰি লৈছে।

এই প্রতিবেদনক অলপ দূৰ আগবাঢ়ি যােৱাত শুনা গল পানী কেঁচুৱাৰ অস্বাভাৱিক কান্দোন। এটা অস্থায়ী ঘৰৰ ভিতৰত পাঁচ-ছগৰাকী মহিলা জুম বান্ধি আছিল। তাৰে মাজৰ এগৰাকী মহিলা জয়তুন নেচাই ক’লে, “কেঁচুৱাটো জন্ম হােৱা আজি ২০ দিন হ’ল। মাকে ভালকৈ গাখীৰ খুৱাব পৰা নাই, অসুস্থ। কেঁচুৱাটোও অসুস্থ। হাস্পতাললৈ যাবলৈ ভয়। ৰাস্তা নাই। চাৰিওফালে পুলিচ। আগৰ ৰাস্তাবিলাক ট্রেক্টৰেৰে চহাই দিয়াত চিন-চাব নাইকিয়া হ’ল। সুতিৰ সিপাৰ হ’লেই আমাক গালি পাৰি খেদি আহে। সেয়ে এইদৰে চাই আছাে। মাকৰ, কেঁচুৱাৰ কি হৈছে একো ধৰিব পৰা নাই।”

তাৰ কাষতে আন এগৰাকী বৃদ্ধাৰ ক্ৰন্দন শুনা গ’ল। নাম নাইটুন নেচা, বয়স ৭৫ বছৰ। যােৱা এবছৰ ধৰি কৰ্কট ৰােগত আক্রান্ত। বি বৰুৱা কর্কট হাস্পতালত চিকিৎসা গ্রহণ কৰি আছিল। নাইটুন নেচাৰ পুত্র মহম্মদ আমজাদ আলীয়ে ক’লে, “মােৰ মা। যােৱা ২০ ছেপ্টেম্বৰত হাস্পতাললৈ লৈ যাব লাগিছিল। সেই দিনাই আমাৰ ঘৰখন উচ্ছেদৰ বলি হ’ল। পুৱা আঠ বজাত জাননী পাইছিলাে। ন বজাত সকলাে ভাঙি-ছিঙি চুৰমাৰ হ’ল। একোৱে বচাব নােৱাৰিলাে। এতিয়া ঘৰ গ’ল, মাটি-বাৰী গ’ল। গােটেই গাঁওখনেই খেলিমেলি হ’ল। কোনেও কাকো ধাৰ দি সহায় কৰিব নােৱাৰে। বেচিবলৈও একো সম্পত্তি নাথাকিল। এতিয়া ঔষধ কিনিবলৈও হাতত পইচা নাই। চকুৰ আগতে মৰেনে জীয়ে চাই থাকিবলগীয়া হৈছে। বিষত দিন-ৰাতি এনেকৈয়ে চিঞৰি চিঞৰি কান্দি থাকে। একো খাবও নােৱাৰে। ‘

ইফালে, যােৱা ২৩ ছেপ্টেম্বৰৰ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলিত নিহতসকলৰ পৰিয়ালৰ সদস্যসকল এতিয়াও যন্ত্রণাত ছটফটাই আছে। মৃত মইনুল হকৰ পত্নীয়ে কান্দি কান্দি একোৱেই ক’ব নােৱাৰিলে। যােৱা ২০ ছেপ্টেম্বৰৰ উচ্ছেদৰ পাছৰ পৰাই ৰাজ্যৰ বহু দল-সংগঠনৰ লগতে দেশৰ বহুকেইজন ৰাজনীতিক ধলপুৰলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে। আজমল ফাউণ্ডেছনে চাউল, দাইল, মিঠাতেল, বিস্কুট আদি বিতৰণ কৰিছে। ৫০ বছৰীয়া বিলাহী নেচাই কয়, “আমাক সকলােৱে আহি চাইছে আৰু গৈছে। কেতিয়াবা চিৰিয়াখানাত সজাই থােৱা জীৱ-জন্তু যেনেই লাগে। পিছে জিলা প্রশাসন বা চৰকাৰৰ মানুহ কোনাে অহা নাই। আমি বৰষুণত তিতিছাে আৰু ৰ’দত জুলি মৰিছাে। বতাহজাক আহিলে যেনিয়ে-তেনিয়ে দৌৰিছাে। এনেকৈ কিমান দিন থাকিম?’

ইপিনে, প্রস্তাৱিত গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ কাম পূর্ণ গতিত আগবাঢ়িছে। প্রায় ১২খন এক্সাকেভেটৰ আৰু ২২ খন ট্রেক্টৰৰ সহায়ত হাবি- বন চাফা কৰা, খাল-বাম সমান কৰা, মাটি চহােৱা আদি কাম অব্যাহত আছে। সমান্তৰালকৈ পাঁচশ যুৱক-যুৱতীক প্রশিক্ষণ দি হেজাৰ-হেজাৰ বিঘা মাটিত শস্যৰ বীজ ছটিওৱাৰ কামাে আৰম্ভ হৈছে। যােৱা চাৰিটা দশক সংযােগ বিচ্ছিন্ন হৈ থকা ধলপুৰত সংযােগ স্থাপন কৰিবলৈ প্ৰকল্পৰ অধীনত এতিয়া সেতু নির্মাণৰ কাম চলি আছে। সেতু নির্মাণৰ কাম প্রায় ৯০ শতাংশ সম্পূর্ণ হৈ উঠিছে। উচ্ছেদিতসকলে প্রশ্ন কৰিছে— কৃষি প্রকল্পৰ অধীনত ধলপুৰ শস্য শ্যামলা
কৰিবলৈ চৰকাৰে যেনেদৰে উঠি পৰি লাগিছে ঠিক তেনে তৎপৰতাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘােষণা কৰাৰ দৰে তেওঁলােকক ছবিঘাকৈ মাটিৰ আবন্টন দিয়াৰ কাম আগবাঢ়িবনে? নে ধলপুৰ এক যন্ত্রণাৰ কাহিনী হৈয়ে ৰ’ব? এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনৰ পদক্ষেপ লক্ষ্যণীয় হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDholpur
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d