Apsc Result Declared:ঘোষণা হ’ল এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল

WhatsApp Image 2023 04 12 at 6.05.24 PM

Apsc Resul Declaredt:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই অসম লোকসেৱা আয়োগে ঘোষণা কৰে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল

২৬ মাৰ্চত অনুষ্ঠিত হোৱা ৯১৩টা বিভিন্ন পদৰ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ৭৪,৩৬৮ গৰাকী পৰীক্ষাৰ্থীয়ে ৷

আজি ঘোষিত হোৱা ফলাফলত ১০,১৪৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ মুল পৰীক্ষা অনুষ্ঠিত হ’ব জুনত ৷ আজি এই কথা
সদৰি কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷

Exit mobile version