Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

WhatsApp Image 2023 04 12 at 6.21.00 PM

Sanjay Dutt :

কানাড়া চলচ্চিত্ৰ ‘কেডি’ৰ ছেটত বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় বলীউডৰ অভিনেতা সঞ্জয় দত্ত ।

বাংগালুৰুৰ আশে পাশে থকা অঞ্চলত চলিছে ছবিখনৰ দৃশ্যগ্ৰহণ । শ্বুটিংৰ মাজতে হঠাৎ বিস্ফোৰণ হয় বোমা । বিস্ফোৰণটোত আঘাতপ্ৰাপ্ত হয় সঞ্জু বাবা ।

তথ্য অনুসৰি, অভিনেতাজনৰ হাত, কিলাকুটি আৰু মুখমণ্ডলত আঘাত পাইছে। বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ

Exit mobile version