Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

    কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Film in Space : মহাকাশত প্ৰথম চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ বাবে অভিযান

publisher by publisher
October 6, 2021
in International, News
Reading Time: 1 min read
0
Film in Space : মহাকাশত প্ৰথম চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ বাবে অভিযান
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰথম ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ সুভাংশু, ৰখা হৈছে কোৱাৰেণ্টাইনত 

 Sunita Williams:চমু চাপিছে সুনীতাৰ উভতি অহাৰ দিন !

What is the most expensive product made by man?:মানুহে নিৰ্মাণ কৰা সবাতোকৈ ব্যয়বহুল সামগ্রী কি ?

মহাকাশলৈ প্রথম কুকুৰ প্রেৰণৰ পৰা আৰম্ভ কৰি প্রথম পুৰুষ-মহিলাক প্ৰেৰণলৈকে সকলােতে আমেৰিকাতকৈ আগত আছে ৰাছিয়া। অৱশ্যে মাজতে কিছু বর্ষ ৰাছিয়াই মহাকাশ অভিযানৰ ক্ষেত্ৰত তেনে তৎপৰতা প্রদর্শন কৰা নাছিল।

ADVERTISEMENT

কিন্তু আকৌ এবাৰ মহাকাশত নতুন ইতিহাস ৰচনা কৰিবলৈ সাজু হ’ল ৰাছিয়া। মঙলবাৰে বিয়লি বেলা ৰাছিয়াই প্ৰথমবাৰৰ বাবে মহাকাশত এখন চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণৰ বাবে এটা গােটক মহাকাশলৈ প্ৰেৰণ কৰিলে।

ৰাছিয়াই ছয়ুজ ৰকেটৰ জৰিয়তে কালি দুপৰীয়া মহাকাশলৈ এগৰাকী অভিনেত্রী, পৰিচালকসহ দুজন পেছাদাৰী মহাকাশচাৰী বিশেষজ্ঞক প্ৰেৰণ কৰে। এইসকল লােকে এখন চলচ্চিত্ৰৰ বাবে মহাকাশত প্রয়ােজনীয় দৃশ্যগ্ৰহণ কৰিব।

ৰাছিয়াৰ পৰিচালকে নির্মাণ কৰা এইখন ছবিয়ে হ’ব মহাকাশত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন পূর্ণদৈর্ঘ্যৰ ছবি। ছবিখনৰ অভিনেত্রী হৈছে য়ুলিয়া পেৰেশ্বিল্ড আৰু পৰিচালক ক্লিম চিপেংক’।

য়ুলিয়া ৰাছিয়াৰ এগৰাকী জনপ্রিয় অভিনেত্রী। মহাকাশত অভিনয়ৰ বাবে য়ুলিয়াক কে’বামাহ ধৰি পেছাদাৰী মহাকাশচাৰীয়ে বিশেষ প্রশিক্ষণ দিছিল। ৰাছিয়াৰ মহাকাশত দৃশ্যগ্রহণ কৰিব লগা এইখন ছবিৰ নামৰ প্ৰাৰম্ভিকভাৱে ‘দ্য চেলেঞ্জ’ ৰখা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anton ShkaplerovInternational Space stationlim ShipenkoSoyuz MS-19Yulia Peresild
publisher

publisher

Related Posts

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

October 5, 2026
কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে
Assam

কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d