Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Pradesh Mahila Congress PressMeet :গৰু বিহুৰ দিনা অসম আগমন প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰদেশ মহিলা কংগ্ৰেছৰ ১৭ টা প্ৰশ্ন

publisher by publisher
April 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Assam Pradesh Mahila Congress PressMeet :গৰু বিহুৰ দিনা অসম আগমন প্ৰধানমন্ত্ৰী মোডী
1
SHARES
13
VIEWS
ShareShareShareShare

Assam Pradesh Mahila Congress PressMeet :

গৰু বিহুৰ দিনা অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰাক্‌ক্ষণত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজিৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীক উদ্থাপন কৰে ১৭টাকৈ প্ৰশ্ন ৷

ADVERTISEMENT

ভাৰতৰ প্ৰধানমন্ত্ৰীক অসম ভ্ৰমনক স্বাগত্বম জনোৱাৰ সমান্তৰাল ভাবে কেইটামান প্ৰশ্ন সুধিব খুজি প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০১৪ ত অসম বাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে কয়,-

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত তেখেতে কৈছিল -১৬মেৰ পাছত সকলো বিদেশী টালি টোপোলা বান্ধি যাব লাগিব ৷ কিন্তু পৰৱৰ্তী সময়ত কা’ আনি সমস্যা স্থায়ীহে কৰিলে ৷

আনহাতে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাতো বাদেই আপুনি যোৱা সময়চোৱাত এবাৰো বানপানীত ক্ষতিগ্ৰস্ত এলেকা প্ৰৰিভ্ৰমন কৰাতো দৃষ্টিগোচৰ নহল আৰু অন্য ৰাজ্যতকৈ অসমক মাহী আইৰ দৃষ্টিৰেহে চালে ! তদুপৰি বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কেতিয়া সমাধান হব ?

অসমৰ আজি তাৰিখৰ আন এক জলন্ত সমস্যা হল সীমা সমস্যা ৷ মেঘালয় , অৰুনাচল, নাগালেণ্ড ,মিজোৰাম সকলোতে আমাৰ স্থানীয়লোকে অনিদ্ৰাত ৰাতি কটাব লগিয়া হয় আৰু আৰক্ষী জোৱানে প্ৰান দিব লগা হয় ? উত্তৰ আছেনে ? অসম চুক্তিৰ ৬নং দফা কিয় অগ্ৰাহ্য কৰা হল ?

ছয় জনগোস্ঠীৰ জনজাতিকৰণ কিয় কথা দি কথা নাৰাখিলে |উত্তৰ আছেনে ?এন আৰ চিক লৈ কিয় এটা শব্দও শুনিবলৈ নাপালো ?
একেদৰে বছৰি ২ কোটি চাকৰি কেন্দ্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ২৫ লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল , কিয় যুৱপ্ৰজন্মৰ ভৱিষ্যত সপোনক লৈ ফাকি দিলে | নে বছৰি ২ কোটি আৰু ২৫ লাখ চাকৰি দিলে উত্তৰ লাগে |
মূল্যবৃদ্ধি বৰ্তমান সকলোৰে বাবে এক জলন্ত সমস্যা ! মূল্যবৃদ্ধিৰ ওপৰত আপুনি টু শব্দটোও লোৱা দেখা নাই ? পেট্ৰল , ডিজেল , গেছ , মেডিচিন এইবোৰ বস্তুৰ দাম কমাব কেতিয়া পাৰিব | উত্তৰ লাগে |

বেটি বচাও বেটি পঢাও আচনিৰ নামত সৰ্বতে আভুৱা ভৰা হল কাৰণ প্ৰায় ৭ হাজাৰ স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৩ হাজাৰ স্কুল অসমত বন্ধ হবলৈ গৈ আছে , তেনে স্থলত আমাৰ সাধাৰণ খাটিখোৱা লোকৰ লৰা ছোৱালীয়ে কত পঢিব ? এই আচনি প্ৰহসনত পৰিনত নহলনে | উত্তৰ লাগে |

নাৰী সমৃদ্ধি , সুকন্যা , কোমল জীৱন এইবোৰ আচনিৰ বাবে অতি কষ্টোপাৰ্জিত সাধাৰণ জনতাৰ ধন কিয় আপুনি (LIC/SBI )আদানিক দি SBI আৰু LIC ক নিশকটীয়া কৰিলে উত্তৰ লাগে ?
অসমৰ পৰা ৰাইজৰ অজ্ঞাতে কিয় ১২ খন যাত্ৰীবাহী ট্ৰেইন বন্ধ কৰিলে ? A for Assam বুলি ডিঙিত গামোচা লৈ আৱেগ সৃষ্টি কৰি উন্নয়ণৰ পৰিবৰ্তে ২৭ খনকৈ টোলগেট দি অতিৰিক্ত মাচুলৰে অসমৰ জনতাক মাধমাৰ দিছে ?
এডভান্টজ আসামৰ নামত কিমান অসমলৈ বিনিয়োগ আহিল আৰু টুইন টাৱাৰ কত গল ?

স্মাৰ্ট চিটিৰ নামত অহা ৪০০ কোটি টকা স্মাৰ্ট চিটিৰ কাম নকৰি বেংকত জমা থৈ অসম চৰকাৰে সূদ খাই মুনাফা লৈছে , আপুনি কিয় নিমাত ?

আপোনাৰ আদৰ্শ গাওঁ আঁচনি প্ৰহসনত পৰিণত হল নিমাত কিয় ? অস্টলক্ষ্মী বুলি কৈ আপুনিহে অসমক লক্ষ্মী দিয়াৰ পৰিবৰ্তে অসমৰ তেল , গেছ , চাহ তলে তলে বহিৰাজ্যৰ বনিয়াক হস্তগত কৰি অসমক নিশকটীয়া কৰি ১ লাখ ৩২ হাজাৰ কোটিৰ ধাৰৰ বোজা দিলে আৰু ১০০ কোটি টকাৰে বিহু পাতিছে ৰাইজৰ টকাৰে আমি আপত্তি কৰা নাই কিন্তু জাগীৰোড , পাচগ্ৰাম কাগজ কল দুটা সক্ষম কিয় কৰিব নোৱাৰিলে ? উত্তৰ লাগে ?

তদুপৰি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি শংকিতৰ কাৰণ যিদিনা বিলকিছ বানুৰ বলৎকাৰীক ফুলৰ মালৰে আদৰি মন্চত আতিথ্য দিয়া গল তেতিয়াই বুজিলো কিমান ভাৰতত নাৰী সুৰক্ষিত ?

শেষত এটা প্ৰশ্ন নুসুধিলে আধৰুৱা হব দূৰ্নীতিৰ নামত শূন্য সহনশীল বুলি জাহিৰ কৰা আপোনাৰ কাৰ্যকালত আদানী , ললিত মোডী , মেহুল ভাই, লুই বাৰ্জাৰ , সাৰদা এইবোৰৰ ক্ষেত্ৰত নীৰৱ কিয় ? আদানিৰ ২০ হাজাৰ কোটিৰ তদন্তৰ ক্ষেত্ৰত JPC ৰ অনুমতি নিদিয়ে কিয় ?

বিশ্ব অভিলেখ সৃষ্টি কৰা বিহুৱতী আৰু বিহুৱা সকলক চৰকাৰী সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায় অসম প্ৰদেশ মহিলা কংগ্ৰেছে ৷ সংবাদমেল খনত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা সহ মহিলা নেত্ৰী উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Mahila CongressGuwahatiPressmeetRajiv Bhawan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d