Geographical Indication Tag Gamusa:অসমৰ গামোছাই লাভ কৰিলে GI TAGৰ প্ৰমাণপত্ৰ

সৰুসজাইত মুখ্যমন্ত্ৰীৰ হাতত প্ৰমাণ পত্ৰ তুলি দিয়ে পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেলে

WhatsApp Image 2023 04 13 at 9.05.43 PM 1

Geographical Indication Tag Gamusa:

অসমীয়াৰ স্বাভিমান গামোছাই লাভ কৰিলে GI TAGৰ প্ৰমাণপত্ৰ ৷ আজি বিহুৰ বিশ্ব ৰেকৰ্ড কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ প্ৰাকক্ষণত সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে GI TAG ৰ প্ৰমাণপত্ৰ তুলি দিয়ে পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেলে ৷

উল্লেখ্য যে,অসমৰ গামোছাই ২০২২ বৰ্ষৰ ডিচেম্বৰত লাভ কৰিছিল GI TAG ৷

Exit mobile version