Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbanandra Sonowal:সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

"বিশ্বৰ ষ্টাৰ্ট-আপ্ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতৰ অভূতপূর্ব উত্থানৰ আঁৰত আছে যুৱপ্ৰজন্মৰ অটল প্ৰতিশ্ৰুতি, কঠোৰ পৰিশ্ৰম, উদ্ভাৱনশৈলী আৰু অদম্য স্পৃহা"

publisher by publisher
March 25, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Union Minister Sarbanandra Sonowal:সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Pressmeet in Dibrugarh :ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল সম্বোধন

Union Minister Sarbanandra Sonowal :

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ, ২০২৩ত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

ADVERTISEMENT

বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা কৃতিত্বৰ বাবে সোণোৱাল কছাৰী জনগোষ্ঠীৰ কেইবাগৰাকীও উদীয়মান যুৱক-যুৱতীক সৰ্বানন্দ সোণোৱালে উদ্দীপনা বঁটা প্ৰদান কৰে আৰু অভিনন্দন জনাই আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত তেখেতে উপস্থিত সুধীবৃন্দৰ সৈতে “সোণোৱাল সম্ভাৰ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থৰো শুভ উন্মোচন কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সোণোৱাল কছাৰীৰ সমৃদ্ধ আৰ্থ- সামাজিক, সাংস্কৃতিক ঐতিহ্য আৰু ইতিহাসৰ সোণালী গাথাৰ সন্দৰ্ভত আলোকপাত কৰে আৰু একে সময়তে জনগোষ্ঠীটোৰ উত্তৰণৰ যাত্ৰাত যুৱপ্ৰজন্মৰ ভূমিকাৰ বিষয়েও দোহাৰে।

জনগোষ্ঠীটোৰ যুৱপ্ৰজন্মক উদগনি যোগোৱাৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তেখেতে ভূয়সী প্রশংসা কৰে। আগন্তুক অমৃতকাল অর্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰ অন্বেষণত অগ্ৰণী ভূমিকা পালন কৰিবলৈ সোণোৱাল কছাৰী জনগোষ্ঠীৰ যুৱচামক সোণোৱালে বিশেষকৈ আহ্বান জনায়।

চাৰিদিনীয়া এই মহোৎসৱটো সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰিছে ডিব্ৰুগড়ৰ দুলিয়া-দাইনীজানৰ হালালী সমন্নয় ক্ষেত্ৰত। এই মহোৎসৱৰ বিষয়বস্তু হৈছে “যুৱপ্ৰজন্ম আৰু সাংস্কৃতিক ঐতিহ্যৰ উৎকৰ্ষ সাধন”, যাৰ উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত উদগনি যোগোৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত তেওঁলোকৰ শৈক্ষিক আৰু আৰু দক্ষতা বিকাশৰ উৎকৰ্ষ সাধনকৰা।

লগতে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ সমৃদ্ধ প্ৰদৰ্শনৰ সৈতে এই মহোৎসৱৰ আন এটি লক্ষ্য হৈছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰা ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “বিশ্বৰ ষ্টাৰ্ট-আপ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতৰ অভূতপূর্ব উত্থানৰ আঁৰত আছে যুৱ প্ৰজন্মৰ অটল প্ৰতিশ্ৰুতি, কঠোৰ পৰিশ্ৰম, উদ্ভাৱনশৈলী আৰু অদম্য স্পৃহা।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে যুৱপ্ৰজন্মৰ সৰলীকৰণত সবাতোকৈ অগ্ৰাধিকাৰ দিছে, কিয়নো ভবিষ্যতে এই ঘুরপ্রজন্মই দেশৰ গুৰি-বঠা ধৰিব লাগিব। সেয়েহে, যুৱচামৰ দক্ষতা বিকাশ, উন্নত প্ৰযুক্তিৰ প্ৰসাৰ আৰু সংস্থাপন বৃদ্ধিত আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ।

যুৱপ্ৰজন্ম আত্মনিৰ্ভৰ হ’লেহে ভাৰত আত্মনিৰ্ভৰ হ’ব আৰু যুৱ নেতৃত্বাধীন উন্নয়ন টনকিয়াল হ’ব। এই দিশত চৰকাৰৰ তৰফৰ পৰা সৰ্বাধিক গুৰুত্ব দিয়া হৈছে আৰু চৰকাৰৰ উদ্যোগত বিভিন্ন কল্যাণকামী পদক্ষেপ হাতত লোৱা হৈছে।

এই পদক্ষেপসমূহৰ সুফলপ্রাপ্তিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ আন্দোলন অধিক শক্তিশালী কৰিবলৈ আৰু ৰূপান্তৰৰ যাত্ৰাৰ ধ্বজাবাহক হ’বলৈ যুৱপ্ৰজন্মক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।”

তদুপৰি, সোণোৱালে লগতে কয়, “যুৱপ্ৰজন্মই ভাৰতত উদ্ভাৱন আৰু ষ্টাৰ্ট-আপৰ এক নতুন চৌৰ নেতৃত্ব দি আছে। তেওঁলোকৰ অধ্যৱসায়ী প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বব্যাপী ষ্টার্ট-আপ পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত এখন হিচাপে আত্মপ্রকাশ কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ভাৰতে বাৰ্ষিক দাখিল কৰা পেটেণ্টৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ সংখ্যা ২০১৪ চনৰ ৪,০০০ৰপৰা ১৫,০০০লৈ বৃদ্ধি হৈছে। ২৬,০০০ নতুন ষ্টার্ট-আপ স্থাপনেৰে ভাৰতে বিশ্বৰ বুকুত সফলতাৰে অনন্য কৃতিত্ব অৰ্জন কৰিছে।

এই সফলতাই কেৱল যুৱপ্ৰজন্মৰ সপোনবোৰক ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংযুক্ত কৰাই নহয়, লগতে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ যাত্ৰাকো নতুন গতি প্ৰদান কৰিছে। সোণোৱাল কছাৰী জনগোষ্ঠীৰ যুৱচামৰ মাজতো অপাৰ সম্ভাৱনা আৰু প্ৰতিভা নিহিত হৈ আছে । এই সম্ভাৱনাসমূহক পোহৰাই তোলাত আমি সকলোৱে মিলি সবল ভূমিকা পালন কৰিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIBRUGARHSonowal-kachari Youth FestivalUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d