Leopard Scare In Maligaon Adangiri :মহানগৰীৰ মালিগাঁও আদিংগিৰিত নাহৰফুটুকীৰ আতংক !

WhatsApp Image 2023 04 17 at 4.22.07 PM

Leopard Scare In Maligaon Adangiri :

মহানগৰীত পুনৰ বাঘৰ আতংক ৷ মালিগাঁওৰ আদিংগিৰি পাহাৰত নাহৰফুটুকীৰ উপস্থিতিক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

এঘৰ লোকৰ ঘৰৰ ওপৰত আশ্ৰয় লয় বাঘটোৱে ৷ সন্দেহ কৰা মতে ঘৰৰ চালৰ টিনত পৰি আঘাতপ্ৰাপ্ত হয় নাহৰফুটুকীটো। অৱশ্যে কিছু সময়ৰ পাছত বাঘটোৰ আদিংগিৰি পাহাৰৰ এটা গুহাত সোমাই যায় ৷

ইতিমধ্যে অঞ্চলবাসী ত্ৰস্তমান হৈ পৰাত ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে বনকৰ্মী ৷ উল্লেখ্য যে,২০১৯ ত বাঘে এই অঞ্চলতে হত্যা কৰিছিল এটি শিশুক ৷

Exit mobile version