Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Black Pepper : কৰ’নাক লৈ আতংকিত নহ’ব

সুৰক্ষিত থাকিবলৈ ভৰসা ৰাখক পাকঘৰৰ অতি পৰিচিত এবিধ মচলাৰ ওপৰত

publisher by publisher
December 26, 2022
in Lifestyle
Reading Time: 2 mins read
0
Black Pepper : কৰ’নাক লৈ আতংকিত নহ’ব
3
SHARES
30
VIEWS
ShareShareShareShare

Black Pepper :

চীনৰ ক’ভিড পৰিস্থিতিয়ে ক্রমশ উদ্বেগ বৃদ্ধি কৰিছে । কৰ’নাৰ নতুন উপৰূপ বিএফ.৭-ৰ আক্ৰমণত সেই দেশৰ পৰিস্থিতিও বিপর্যস্ত । ভাৰততো কৰ’নাৰ নতুন উপৰূপত আক্রান্ত হৈছে চাৰিজন । অৱশ্যে তেওঁলোক সকলোৱে বৰ্তমান সুস্থ ।

ADVERTISEMENT

images 22চীনৰ দৰে ভাৰততো নতুনকৈ ক’ভিড স্ফীতি হ’ব পাৰে নেকি, সেয়া এতিয়াই ক’ব পৰা নাযায় । অৱশ্যে সুৰক্ষিত থকাত ক্ষতি নাই । সুস্থ থাকিবলৈ সতর্ক হোৱা প্ৰয়োজন ।

RelatedPosts

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

COVID-19 : মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়া চিকিৎসকক কাৰাদণ্ড জার্মানীত

ক’ভিড সংক্রমণৰ ক্ষেত্রত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্ব দিবলৈ কৈছে চিকিৎসকসকলে । লগতে প্রয়োজন পুষ্টিকৰ আৰু সুষম খাদ্য ।

download 24পুষ্টিবিদসকলে জনাইছে, এনে পৰিস্থিতিত নিজকে সুৰক্ষিত ৰাখিবলৈ এক বিশ্বাসযোগ্য উপাদান হৈছে জালুক । এন্টিঅক্সিডেন্ট, এন্টিমাইক্র’বিয়েল উপাদান-সমৃদ্ধ এই মচলাত কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে ।

‘নেছনেল লাইব্রেৰি অৱ মেডিচিন’-ৰ এক গৱেষণাপত্রত প্রকাশিত, জালুকত পিপেৰিন নামক উপাদান থাকে । ই হজমশক্তি বৃদ্ধি কৰাৰ লগতে স্নায়ুৰ সক্রিয়তা অটুট ৰখাতো সমান উপকাৰী ।

শীতকাল মানেই চর্দি-কাহ । সুস্থ থাকিবলৈ ভৰসা ৰাঠিব পাৰে জালুকৰ ওপৰত । নিমিষতে কমি যাব ঠাণ্ডা লগা । যিসকলে অতিমাত্রা ধূমপান কৰে, তেওঁলোকৰ বাবে জালুক অতি উপকাৰী । জালুক খালে ধূমপানৰ প্রতি আসক্তি কমে ।

দাঁতত কেভিটি বা বিষ হ’লে, মুখত জালুক ৰাখিব পাৰে । দাঁত ভালে থাকিব জালুকৰ গুণত । ঠাণ্ডা লগাৰ আন এটা লক্ষণ হ’ল নাক বন্ধ থকা‌ । ঘৰত জালুক থাকিলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই । গৰমপানীত কেইটামান জালুক পেলাই দি সেই পানী ভাপ ল’ব ।

শীতকালত হাঁপানিৰ সমস্যাও বাঢ়ে । একাপ গৰম পানীত এচামুছ জালুক আৰু দুচামুচ মৌ দি খালে শ্লেষ্মা দূৰ হ’ব । ডিঙি বিষ কমিব । জালুক খালে শৰীৰ গৰম হৈ ঘাম বেছিকৈ ওলায় । ফলত শৰীৰৰ পৰা অতিৰিক্ত টক্সিন কমি থাকে । ফলত ছাল ভাল থাকিব, ওজনো নিয়ন্ত্রণত থাকিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BlackCORONAVIRUSPepperVariant BF.5.
publisher

publisher

Related Posts

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d