Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bahmaputra : ব্ৰহ্মপুত্ৰৰ তলেৰে ন কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ পৰিকল্পনা চূড়ান্ত পৰ্যায়ত

সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীৰ ঘোষণা

publisher by publisher
April 22, 2023
in News, Assam
Reading Time: 2 mins read
0
Bahmaputra : ব্ৰহ্মপুত্ৰৰ তলেৰে ন কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ পৰিকল্পনা চূড়ান্ত পৰ্যায়ত
6
SHARES
55
VIEWS
ShareShareShareShare

Bahmaputra :

ব্ৰহ্মপুত্ৰৰ তলেৰে অসম-অৰুণাচল সংযোগী ৯.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰ প্ৰক্ৰিয়া সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে।

ADVERTISEMENT

টিউব আকৃতিত নিৰ্মাণ হ’বলগীয়া এই জলসুৰংগৰ দুটা টিউবৰে যানবাহন চলাচল কৰিব আৰু আন অংশৰে ৰেলৰ চলাচল হ’ব। এই সুৰংগ নিৰ্মাণ হ’লেই দেশৰ প্ৰতিৰক্ষাৰ লগতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য পৰিৱৰ্তন আহিব।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

তেজপুৰত এই কথা সদৰি কৰে সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ তলেৰে এক সুৰংগ নিৰ্মাণৰ প্ৰসংগক লৈ অব্যাহত চৰ্চা সন্দৰ্ভত ইয়াৰ নিশ্চিতি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়াজনে এই সুৰংগ নিৰ্মাণ হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি লগতে কয় যে সুৰংগ নিৰ্মাণৰ এই প্ৰকল্পৰ নথিগত কামসমূহ বর্তমান চূড়ান্ত পৰ্যায়ত আছে।

ইপিনে, চীনে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে পথ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি মজবুত কৰি তোলাৰ বিপৰীতে দেশৰ কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী অঞ্চলত ক্ষিপ্ৰতাৰে কাম কৰাৰ বিষয়ে দোহাৰি তেওঁ কয় যে ইয়াৰে ভিতৰত অৰুণাচল প্রদেশতে যথেষ্ট কাম কৰা হৈছে। নেচিষ্ণু সুৰংগৰ লগতে সাগৰ পৃষ্ঠৰ পৰা ১৩ হেজাৰ ফুট উচ্চতাত চেলা সুৰংগ নিৰ্মাণৰ প্ৰসংগও উল্লেখ কৰি লেফটেনেন্ট কর্ণেল চৌধুৰীয়ে আৰু কয় যে এই দুটা সুৰংগ শীঘ্ৰে মুকলি কৰা হ’ব আৰু ইয়াৰ দ্বাৰা দেশৰ সামৰিক ক্ষেত্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ অৰ্থনৈতিক বিকাশ তথা যোগাযোগ ব্যৱস্থালৈ বৃহৎ পৰিৱৰ্তন আহিব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ সীমান্ত পথ সংগঠনৰ উদ্যোগত ১৩ এপ্রিলত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কিবিথুৰ পৰা আৰম্ভ হোৱা ‘একতা আৰু শ্ৰদ্ধাঞ্জলি অভিযান ২০২৩ ৰ মটৰ চাইকেল ৰেলী আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে। তেজপুৰত আজি পুৱা এই যাত্ৰাৰ ফ্লেগ অফ কৰে সংস্থাটোৰ বিষয়াজনে।

সীমান্ত পথ সংগঠনৰ কৰ্ণেল মুনীশ বাগৰ নেতৃত্বত দেশপ্রেম, একতা আৰু ভ্ৰাতৃত্বৰ বাণী লৈ এই ১৫ জনীয়া মটৰ চাইকেল ৰেলীৰ দলটো কালি তেজপুৰৰ ভটক মুখ্যালয়ত উপস্থিত হয়হি। দলটোৱে নিশা তেজপুৰত অতিবাহিত কৰাৰ পাছত আজি পুৱা সীমান্ত পথ সংগঠনৰ প্ৰজেক্ট ভৰ্টকৰ তেজপুৰ দাধৰাস্থিত মুখ্যালয়ত এক অনুষ্ঠানত সীমান্ত পথ সংগঠনৰ সঞ্চালক প্ৰধান লেফটেনেন্ট জেনেৰেল চৌধুৰীয়ে ফ্লেগ অফ কৰি দলটোৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰে।

উল্লেখ্য যে এই মটৰ চাইকেল ৰেলীয়ে যাত্ৰাপথত ২৩ দিনত পাঁচ হেজাৰ ছশ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনেত উপস্থিত হোৱাৰ পাছত সাত মে’ত সীমান্ত পথ সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰেলীৰ ফ্রেগ ইন কৰিব।

উল্লেখ্য যে বিগত সময়ত ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰাণ আহুতি দিয়া সীমান্ত পথ সংগঠনৰ বিষয়া-কৰ্মচাৰীসকললৈও শ্রদ্ধাঞ্জলি জনাই আয়োজন কৰা দেশজোৰা এই মটৰ চাইকেল ৰেলীত অংশগ্ৰহণকাৰীসকলে দেশৰ ১০৮খন নদীৰ পানী,অঞ্চলৰ মাটি আৰু গছপুলি লৈ পুনেত উপস্থিত হৈ সাত মে’ৰ দিনা এনে গছপুলি ৰোপণ কৰিব।

আনহাতে, সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰে এই ইস্ট পলিচীৰ অধীনত যোৱা ১০ এপ্ৰিলত অৰুণাচলৰ কিবিথুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰা চাৰি হেজাৰ আঠশ কোটি টকা ব্যয় সাপেক্ষ “ভাইব্রেন্ট ভিলেজ প্রগ্রাম’ৰ প্ৰথম পৰ্যায়ত ৬৬২ খন গাঁৱৰ ভিতৰত অৰুণাচল প্ৰদেশৰে ৪৪১ খন গাঁও সামৰি লোৱা আৰু আঢ়ৈ হেজাৰ কোটি টকা পথ নিৰ্মাণৰ বাবেই ধাৰ্য কৰা সন্দৰ্ভত প্ৰকাশ কৰি সীমান্তৱৰ্তী অঞ্চলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে সীমান্তত সকলো কাম খৰতকীয়াকৈ আগবাঢ়িছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথেষ্ট ধন মোকলাই দিছে। সীমান্তৰ আন্তঃগাঁথনি উন্নয়নত কোনো সমস্যা নাই বুলিও তেওঁ দোহাৰে। দেশৰ চৰকাৰে ২০২২ৰ নৱেম্বৰত ঘোষণা কৰা ‘অৰুণাচল ফ্রন্টিয়াৰ হাইৱে’ৰ অধীনত নাফ্ৰাৰ পৰা বিজয় নগৰ পৰ্যন্ত ১৮শ কিলোমিটাৰৰ পথ নিৰ্মাণৰ আঁচনি, প্রজেক্ট ভাকৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা অৰুণাচলৰ নেচিফু সুৰংগ আৰু ১৩ হেজাৰ ফুট উচ্চতাত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা ১.৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চেলা সুৰংগ বিশ্বৰ সৰ্বোচ্চ উচ্চতাত নির্মিত সুৰংগ বুলিও চৌধুৰীয়ে কয়।

উল্লেখ্য যে এই দুয়োটা সুৰংগ সকলো বতৰতে ব্যৱহাৰক্ষম হৈ থাকিব আৰু ইয়াৰ সামৰিক গুৰুত্বও যথেষ্ট। একেদৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণৰ পৰিকল্পনা চূড়ান্ত কৰা ১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটো বিশ্বৰ দীৰ্ঘতম নদী সুৰংগ হ’ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত প্রজেক্ট ‘ভটক’ৰ মুখ্য অভিযন্তা ব্রিগেডিয়াৰ ৰমন কুমাৰ প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। একেটা অনুষ্ঠানতে সঞ্চালক প্রধানজনে নগৰাকী বিষয়াক সঞ্চালক প্ৰধানৰ

বিশেষ কৃতিত্বৰ পদক প্রদান কৰে। আজি পুৱা ভৰ্টকৰ বিষয়া-কৰ্মচাৰীৰ লগতে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ একাংশ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণৰে মটৰ চাইকেল ৰেলীৰ দলটোক শুভেচ্ছা জনোৱা হয় আৰু বেলুন, পাৰ উৰুৱাই তেওঁলোকৰ যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBahmaputra
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d