Train Accident In Nagaon:নগাঁৱত মৰ্মান্তিক ঘটনা !

নামাজ পঢ়া চাবলৈ যাওঁতে ৰে'লে মহতিয়ালে কিশোৰীক

ac116e7b b2dc 4afe a946 d35d9e56aff5

Train Accident In Nagaon :

ঈল-উদ-ফিতৰৰ আনন্দ উছাহৰ মাজতে আজি নগাঁৱৰ মধ্য শিয়ালমাৰীত সংঘটিত হয় এক কৰুণ ঘটনা ।মধ্য শিয়ালমাৰীৰ সমূহীয়া ঈদগাহত পিতৃয়ে নামাজ পঢ়া চাবলৈ যাওঁতেই এগৰাকী কিশোৰীক মহতিয়াই নিয়ে গুৱাহাটী-শিলঘাট মুখী পেঞ্জেজাৰ ৰে’ল খনে ৷

ঈদগাহৰ সন্মুখতে সংঘটিত ঘটনাটোত মৃত্যু হোৱা কিশোৰী গৰাকীৰ নাম ফাৰহানা খাতুন ।হঠাতে সংঘটিত এই কৰুণ ঘটনাই মধ্য শিয়ালমাৰীৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলায়। ৷

Exit mobile version