Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mann ki Baat : ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কি বাত অনুষ্ঠান

ৰাজ্যৰ ২৮ হেজাৰ বুথত সমবেত হ’ব লাখ লাখ কাৰ্য্যকর্তা

publisher by publisher
April 23, 2023
in News, Assam
Reading Time: 2 mins read
0
Mann ki Baat : ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কি বাত অনুষ্ঠান
1
SHARES
11
VIEWS
ShareShareShareShare

Mann ki Baat :

30e8e5a5 21d5 4112 9f86 cf4ad514c60d
সমগ্ৰ দেশৰ লগতে অসমতো বুথে বুথে মাননীয় প্রধানমন্ত্ৰীৰ ‘মন-কি-বাত’ কাৰ্য্যক্ৰমৰ ১০০ সংখ্যাক সংস্কৰণ অহা ৩০ এপ্ৰিলৰ দিনা লাখ লাখ কাৰ্য্যকৰ্তাই শ্ৰৱন কৰিব।অসমৰ ২৮ হেজাৰতকৈও অধিক বুথত মন কি বাত কাৰ্য্যক্রম উলহ-মালহেৰে অনুষ্ঠিত কৰাৰ বাবে দলে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।

ADVERTISEMENT

এই বিষয়ত পৰ্য্যালোচনা কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বৈঠক দলৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয়।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

0b0a0032 55f0 46d5 b80c 5baefc0dd4b4দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰস্তুতি বৈঠকত দলৰ ৩৯৯টা মণ্ডল সমিতিৰ সভাপতি, মণ্ডল সমিতিৰ মন কি বাত প্রমূখ, ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি দলৰ জিলা প্ৰভাৰী, সহ-প্রভাৰী সকল আৰু ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সম্পাদিকা আশা লাক্ৰা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকক্ৰমে পুলক গোঁহাই, পল্লৱ লোচন দাস আৰু দিল্লু ৰঞ্জন শৰ্মা, দলৰ ৰাজ্যিক উপসভাপতি তপন কুমাৰ গগৈ, অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গার্লোচাকে ধৰি ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

40ea87fe be6e 4f24 a135 ff3b4dd44bd5দলৰ মুখ্য কাৰ্য্যালয়ৰ পৰা সংবাদ প্রতিষ্ঠানলৈ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰেৰণ কৰা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে।উল্লেখযোগ্য যে ৩০ এপ্ৰিলৰ দিনা অনুষ্ঠিত হ’ব লগীয়া মন কি বাত অনুষ্ঠানৰ কাৰ্য্যক্ৰমত ৰাজ্যৰ প্ৰতিটো বুথত অতি কমেও ১০০ জনকৈ কাৰ্যকর্তা উপস্থিত থকাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে বুথৰ কাৰ্যক্ৰমত স্থানীয় সমাজসেৱক, অগ্রণী যুৱক-যুৱতী, মহিলা, চৰকাৰী কৰ্মচাৰীকে ধৰি সামাজিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলকো অংশীদাৰ কৰাৰ বিষয়ে আজিৰ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।সভাত উপস্থিত থকা কেন্দ্রীয় নেত্রী লাক্রাই মন কি বাত অনুষ্ঠানটো সমাজৰ সকলো শ্ৰেনীৰ লোকৰ বাবে বুলি উল্লেখ কৰি তেওঁলোকৰ অংশ গ্রহণ নিশ্চিত কৰিবলৈ কাৰ্যকৰ্তাক আহ্বান জনায়।

76bed9ea 63a2 4af1 ad49 d2917fa6b0d2শ্ৰীমতী লাক্ৰাৰ মতে প্রধানমন্ত্রী দেশৰ প্ৰতিজন নাগৰিকৰ।সেয়েহে তেওঁৰ মন কি বাত কাৰ্য্যক্ৰমো প্ৰতিগৰাকী দেশবাসীৰ বাবে উৎসর্গিত।

উল্লেখযোগ্য যে ‘মন কি বাত’ অনুষ্ঠানৰ জৰিয়তে মাননীয় প্রধানমন্ত্রীয়ে বিভিন্ন সামাজিক বিষয়ত সজাগতা সৃষ্টিৰ বাবে এক বিনম্ৰ প্ৰয়াস কৰি আহিছে।সেয়েহে এই অনুষ্ঠানটো দেশৰ অন্যতম জনপ্রিয় অনাতাৰ অনুষ্ঠান হিচাবে পৰিচিত। দেশৰ উপৰিও বিদেশতো মন কি বাত অনুষ্ঠানৰ ব্যাপক চৰ্চা হয় ।

bc05afda 5ca0 42e2 9fbe b373f487c02dঅনুশাসন আৰু নিষ্ঠাৰে ১০০ সংখ্যক মন কি বাত অনুষ্ঠান শ্ৰৱন কৰাৰ লগতে প্রধামন্ত্ৰীয়ে দিয়া প্ৰতিটো বাৰ্তা জনগণৰ ওচৰলৈ অতি আন্তৰিকতাৰে আগবঢ়াই নিবলৈ প্রস্তুতি বৈঠকত উপস্থিত থকা সহস্রাধিক কাৰ্য্যকৰ্তাক সম্বোধন কৰি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আহ্বান জনায়।

শ্রী কলিতাই নিয়মানুৱৰ্তিতা আৰু অনুশাসনক সৰ্বাধিক গুৰুত্ব দি মন কি বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ কাৰ্য্যকৰ্তাসকলক পৰামৰ্শ আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMANN KI BAATNarendra Modi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d