Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bihu : আমেৰিকাত প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন

publisher by publisher
April 25, 2023
in News, Assam
Reading Time: 2 mins read
0
Bihu : আমেৰিকাত প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন
2
SHARES
15
VIEWS
ShareShareShareShare

Bihu :

0c0b3f40 1912 44f4 8058 e6186ccb49f5সকলোতে এতিয়া ৰঙালীৰ উছাহ, বাদ পৰি ৰোৱা নাই প্ৰৱাসী অসমীয়াসকলো ৷ সুদুৰ আমেৰিকাৰ ছিকাগ’ত শুনা গ’ল ঢোল, পেঁপা গগণাৰ মাত৷ শনিবাৰে আসাম এছ’চিয়েচন অৱ গ্ৰেটাৰ ছিকাগ’ৰ উদ্যোগত ছিকাগ’ চহৰৰ আচিয়ানা বেংকেট হলত উদযাপন কৰা হয় ৰঙালী বিহু৷

ADVERTISEMENT

5c5ba6ba ca51 46f8 8b45 f002afbb8d34ওচৰ চুবুৰীয়া ৰাজ্যসমূহত বাস কৰা সকলো অসমীয়া আহি অংশ লয় ৰঙালীৰ এই বিশাল আয়োজনত৷ বিদেশৰ বুকুত অসমীয়াৰ কলা-সংস্কৃতিৰ শিপা ধৰি ৰখাৰ প্ৰচেষ্টা সকলোৰে।

RelatedPosts

কিউবাৰ জলসীমাত অনধিকৃত স্পিডব’ট সংঘাত: চাৰি নিহত, ছজন আহত

পঢ়া কোঠাতে পৰমাণু চিমনী তৈয়াৰ কৰিলে ১২ বছৰীয়া বালকে

প্ৰচণ্ড শীতপ্ৰবাহত কঁপিছে আমেৰিকা, বাতিল প্ৰায় আঠ হেজাৰ বিমান

2c5c1c06 119a 4925 b6fc 3a98363eee41সেয়েহে আমেৰিকাত জন্মগ্ৰহণ কৰা নৱ প্ৰজন্মইও চেষ্টা কৰিছে বৰগীত গোৱাৰ৷ বলকা দাসৰ সত্ৰীয়া নৃত্যৰ লগতে লক্ষীন্দৰ শৰ্মা আৰু দিগন্ত কলিতাৰ নেতৃত্বত প্ৰজ্ঞান শৰ্মা, সীদ্ধাৰ্থ গৌতম বৰুৱা, পংকজ ভূঞা, অজন্তা তালুকদাৰ, দৰ্শনা শৰ্মা, মিনাক্ষী বৰুৱা, তৃষ্ণালী নেওগ, মেঘালী মজুমদাৰ আৰু ৰূপনীতা ভাগৱতীৰ ’বৰলুইত হুচৰি দল’ৰ হুচৰি প্ৰদৰ্শনে সকলোকে মোহিত কৰে৷ আনহাতে, ইছানা লক্ষিন্দৰে বৰগীত আৰু সাতভণী বিহু নাচ প্ৰদৰ্শন কৰে।

adea7913 b037 4ff1 853b eca7d62b78a2আধুনিক গীত পৰিবেশন কৰে দলি পাঠকে। শিশু আৰু জ্যেষ্ঠসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা এইবছৰৰ ছিকাগ’ ৰঙালী বিহুত মুকলি বিহুয়ে স্থানীয় ছিকাগ’বাসীকো আকৃষ্ট কৰে।

উল্লেখ্য যে, ১৯৭৮ চনত ছিকাগ’ত অসমীয়া লোকসকলৰ মাজলৈ আহিছিল ভাৰতৰত্ন ড° ভূপেন হাজৰিকা৷ সেই কথা সুৱঁৰি আৱেগিক হৈ পৰে কেইবাগৰাকী বয়োজ্যেষ্ঠ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaBihuCelebratingfestival
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d