Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mann Ki Baat : ‘মন কি বাত’ৰ ১০০তম পৰ্ব সম্প্ৰচাৰ বাধ্যতামূলক, কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহক নিৰ্দেশ কেন্দ্ৰৰ !

publisher by publisher
April 26, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Mann Ki Baat : ‘মন কি বাত’ৰ ১০০তম পৰ্ব সম্প্ৰচাৰ বাধ্যতামূলক, কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহক নিৰ্দেশ কেন্দ্ৰৰ !
1
SHARES
12
VIEWS
ShareShareShareShare

Mann Ki Baat :

ADVERTISEMENT

এপ্ৰিলৰ শেষৰটো দিন অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) ১০০ তম ‘ মন কি বাত ‘ ৰ (Mann ki Baat) পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সকলো সামূহিক ৰেডিঅ’ ষ্টেচনক নিৰ্দেশ দিছে ।

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

“চেলেঞ্জিং সময়” – Mann Ki Baat ত দেশবাসীক সতৰ্ক কৰিলে নৰেন্দ্ৰ মোডীয়ে

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

যোৱা কিছুদিনত প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠানটোক লৈ প্ৰচাৰ তুংগত। এই মুহূৰ্তটো স্মৰণীয় কৰি তুলিবলৈ এটা ১০০ টকাৰ মুদ্ৰাৰ চিৰিজো প্ৰকাশ কৰা হ’ব ।

প্ৰধানমন্ত্ৰীয়ে নিজেই সেইটো প্ৰকাশ কৰিব। এই বিশেষ মুদ্ৰাবোৰত মোদীৰ ৰেডিঅ’ অনুষ্ঠানৰ লোগো আৰু শিৰোনাম থাকিব। তথ্য অনুসৰি এই পৰিস্থিতিত, কমিউনিটি ৰেডিঅ’ ষ্টেচনবোৰক অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কেৱল সেইয়াই নহয়, অনুষ্ঠানৰ পাছত নিৰ্দেশ পালন কৰাৰ ‘প্ৰমাণ’ প্ৰেৰণ কৰিবলৈও কোৱা হৈছে। কি সেই প্ৰমাণ ? কোৱা হৈছে অনুষ্ঠানটোৰ প্ৰথম ২৫ ছেকেণ্ড আৰু অন্তিম ২৫ ছেকেণ্ডৰ অডিঅ’ ক্লিপবোৰ কেন্দ্ৰীয় মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগে।

তাতে শেষ নহয় । ইয়াৰ উপৰিও, ‘মন কি বাত’ৰ ১০০ তম খণ্ড উদযাপনৰ প্ৰমাণ হিচাপে ছবিও প্ৰেৰণ কৰিবলৈ কোৱা হৈছে । এনে নিৰ্দেশৰ উত্তৰত ৰেডিঅ’ ষ্টেচনসমূহে কি কয়?

সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰি এজন ৰেডিঅ’ অপাৰেটৰে কয়, ” সপ্তাহান্তৰ পৰিকল্পনা মানুহে আগতীয়াকৈয়ে কৰি ৰাখে । খুব কম মানুহে অনুষ্ঠানটো শুনে। কিন্তু এতিয়া যেতিয়া ইয়াক বাধ্যতামূলক কৰা হৈছে, আমি ইয়াক সম্প্ৰচাৰ কৰিব লাগিব। “

উল্লেখ্য যে , ২০১৪ চনৰ তিনি অক্টোবৰত ‘মন কি বাত’ আৰম্ভ হৈছিল । এতিয়ালৈকে, অনুষ্ঠানটোত ৯৯ টা খণ্ড আছে। ৩০ এপ্ৰিলত ১০০ তম সংস্কৰণৰ হ’ব ‘মন কি বাত’ । চৰকাৰে ইতিমধ্যে জনাইছে যে দেশৰ ১০০ কোটি মানুহে কমেও এবাৰ অনুষ্ঠানটোৰ সম্প্ৰচাৰ শুনিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MANN KI BAATPM Modi
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d