Accident : জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

images 9

Accident :

চামগুৰিৰ আমনিত পুৱাই অঘটন। জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।নিশা এক অনুষ্ঠান সামৰি লখিমপুৰৰ পৰা এখন ইন’ভা বাহনেৰে গুৱাহাটী অভিমুখে গৈ আছিল বাদ্যযন্ত্রীসকল ।

ইয়াৰ পাছতে চামগুৰিৰ আমনিত মালবাহী ট্ৰাকৰ স’তে সংঘৰ্ষ ইন’ভা বাহনৰ ।উল্লেখ যোগ্য যে দুৰ্ঘটনাত কোনো লোক হত্যাহত হোৱা নাই যদিও দুৰ্ঘটনাত পতিত বাহনখনৰ কিছু ক্ষতি হয়।

Exit mobile version