AGP : গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

কংগ্ৰেছমুক্ত সুৰক্ষিত অসমৰ সংকল্প অতুল বৰাৰ

ce9bc795 e5b5 449b 8604 5ae49963061a

AGP :

মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত চাৰি হেজাৰৰো অধিক কৰ্মকৰ্তাৰ উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টি কেন্দ্ৰিক এক বিশাল কৰ্মকৰ্তা সন্মিলন ।

সভাত সভাপতি বৰাই দলীয় সদস্যসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি তৃণমূল পৰ্য্যায়ৰ পৰা সৰ্বস্তৰতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাবলৈ আহ্বান জনায় ।

ৰাজ্যখনৰ চৈধ্যটা লোকসভা সমষ্টিতে মিত্ৰজোটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰি ৰাজ্যখনৰ পৰা কংগ্ৰেছক চিৰবিদায় দিয়াৰ সংকল্প

Exit mobile version