Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ

সাত বছৰে নাঙলভাঙা নৈৰ বুকুত ওলমি আছে শিশুবাৰী প্ৰাথমিক বিদ্যালয়

publisher by publisher
June 1, 2022
in Assam, India, News
Reading Time: 1 min read
0
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্য্যায়ৰ গুনোৎসৱ । চিৰাং জিলাত প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মুঠ ৯১২ খন বিদ্যালয়ৰ ৭২০১১জন ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব গুনোৎসৱত । জিলা প্ৰশাসনে এই গুনোৎসৱত ৪২২ জন নিৰিক্ষক নিয়োগ কৰিছে । এই গুনোৎসৱে প্ৰকৃততে বিদ্যালয়সমূহৰ কিমান ভালদৰে মূল্যায়ণ কৰিছে বা কি উপকাৰ কৰিছে সেয়া জনসাধাৰণে বিচাৰ কৰিব ।

ADVERTISEMENT

গুণোৎসৱেও চিৰাং জিলাৰ ভিতৰুৱা এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বাস্থৱ ছবি সলনি কৰিব নোৱাৰিলে । বিগত গুণোৎসৱে বিদ্যালয়খনৰ বাবে কিমান উপকাৰ কৰিলে সেয়া জনসাধাৰণে বিচাৰ কৰিব । কিন্ত চিৰাং জিলাৰ ৬৮৬ নং শিশুবাৰী প্ৰাথমিক বিদ্যালয়ৰ এই দুৰৱস্থাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে অভিযোগ কৰে গুণোৎসৱ বিদ্যালয়খনৰ বাবে ভেকোভাওনা হোৱা বুলিহে ।

নাঙলভাঙা নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নৈৰ ওপৰত ওলমি আছে যোৱা ২০১৫ চনৰে পৰা । ইয়াৰ মাজতে বহুবাৰ বাতৰি পৰিবেশনৰ লগতে বিভাগীয়ভাৱে যোগাযোগ কৰাৰ লগতে মন্ত্ৰী-বিধায়কৰ দুৱাৰে দুৱাৰে ঘূৰি বহু আবেদন নিবেদন কৰিও কোনো ফল নিদিলে । বাৰিষাৰ বতৰত নৈৰ পানী বাঢ়িলে বিদ্যালয়খনৰ তলেৰে পানী বৈ যায় । তাৰ মাজতে বিদ্যালয়ত ভয়াৱহ ধৰণে চলে পাঠদান ।

দুবছৰ পূৰ্বে দুজন ছাত্ৰ বিদ্যালয়ৰ পৰা পিছলি নৈৰ বাঢ়নি পানীত উটি গৈছিল যদিও শিক্ষক শসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এনে ধৰণৰ ঘটনাৰ পাছতো গুৰুত্বহীন বিদ্যালয়খনৰ সমস্যা । যোৱা গুণোৎসৱত এ গ্ৰেড পাইয়ো একো নাপালে বিদ্যালয়খনে । বাৰিষা বতৰত বৰষুণৰ পানী ওপৰৰ পৰা পৰাৰ সমান্তৰালকৈ নৈৰ বাঢ়ণি পানী তলেদি সোমায় । পাঠদান বন্ধ কৰিবলগীয়া হয় শিক্ষকসকলে । অভিভাৱকেও ভয়তে নিজৰ সন্তান বিদ্যালয়লৈ নপঠিয়ায় ।

বৰ্তমান বিদ্যালয়খনত ৭৭ জন ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে শিক্ষক তিনিজন কিন্তু শ্ৰেণীকোঠাৰ অভাৱ । বাস্থৱত এই দৰেই গুণোৎসৱসমূহে বিদ্যালয়ৰ উন্নয়ন কৰিছে তাৰ নমুনা এয়া ।

ছাত্ৰ-শিক্ষক, অবিভাৱক সকলোৱে বিচাৰিছে অতিৰিক্ত শ্ৰেণীকোঠা প্ৰদান কৰি বিদ্যালয়খন নৈৰ খহনীয়াৰ পৰা ৰক্ষা কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰা । কিন্তু বাস্থৱত সেয়া যোৱা সাত বছৰে হৈ নুঠিল আৰু কেতিয়া হৈ উঠিব তাৰো কোনো উত্তৰ নাই কাৰোৰে হাতত । আজিও তৃতিয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ল বিদ্যালয়খনত ।

বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী তথা কণ কণ ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিছে এইবাৰ গুণোৎসৱৰ পাছতে যেন বিদ্যালয়খনৰ সমস্যাৰ সমাধান কৰে চৰকাৰে । কাৰণ জিলাখনৰ অতিকে পিছপৰা শ্ৰমজীৱি কৃষিজীৱি দৰিদ্ৰ লোকৰ বসতি থকা গাঁওখনৰ অভিভাৱকসকলৰ ক্ষমতাৰ বাহিৰত নিজৰ সন্তানক ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাৰ । চৰকাৰে গুৰুত্ব নিদিলে পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী । ফ্লপ শ্ব’ত পৰিণত হ’ব শিক্ষাৰ অধিকাৰ আইন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHIRANGGunotsav 2022
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d