Guwahati Accident:মহানগৰীৰ বেলতলাত পথ দুৰ্ঘটনা,দুজন যুৱকৰ কৰুণ মৃত্যু

IMAG E2

Guwahati Accident:মহানগৰীৰ বেলতলাত পথ দুৰ্ঘটনা,দুজন যুৱকৰ কৰুণ মৃত্যু

Guwahati Accident:
শনিবাৰে পুৱা ভাগত মহানগৰীৰা বেলতলাৰ ছাৰ্ভেত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱকে কৰুণ মৃত্যু সাবটি লয়।

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাতে বেলতলাা ছাৰ্ভে পথৰে এখন বাইকত আহি থকা মটৰ চাইকেল খনক তীব্ৰ বেগী বাহনে পাছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে৷ফলত ঘটনাস্থলীতে দুই যুৱক নিহত হয় ৷ নিহত যুৱক দুজন দ’ল বিশাল দাস আৰু আয়ান দাস ৷ য়োৰে বাসগৃহ ডিমাহাচাও জিলাৰ উমৰাংছুত বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷

ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে দিছপুৰ আৰক্ষীয়ে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version