Most Wanted Siraj Ali Arrested :মষ্ট ৱান্টেড চিৰাজ আলী মহানগৰ আৰক্ষীৰ জালত

wanted criminal 30 4 23 Copy

Most Wanted Siraj Ali Arrested :

গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ ভিন্নস্থানত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰে আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰা মষ্ট ৱান্টেড চিৰাজ আলীক অৱশেষত আৰক্ষী জালত পৰে ৷

মহানগৰীৰ ২৬খন থানাত গোচৰ থকা প্ৰবঞ্চক চিৰাজ আলীক গোপন খবৰৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে দুৰ্ধৰ্ষ অপৰাধীটোৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত গোচৰ ৰজু আছে ৷ ধৃত চিৰাজ আলীৰ গুৱাহাটী মহানগৰীতেই আছে ছয়গৰাকীকৈ পত্নী ৷

Exit mobile version