Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gujarat Bilkis Bano Case : দলবদ্ধ ধর্ষণ-হত্যাৰ ১১ অপৰাধীক শাস্তি ৰেহাই দি কাৰামুক্ত কৰাৰ ফাইল দেখুৱাবলৈ ইচ্ছুক নহয় কেন্দ্ৰ আৰু গুজৰাট চৰকাৰ ন্যায়ালয়ৰ শংকা!

publisher by publisher
April 19, 2023
in News, India
Reading Time: 2 mins read
0
Gujarat Bilkis Bano Case : দলবদ্ধ ধর্ষণ-হত্যাৰ ১১ অপৰাধীক শাস্তি ৰেহাই দি কাৰামুক্ত কৰাৰ ফাইল দেখুৱাবলৈ ইচ্ছুক নহয় কেন্দ্ৰ আৰু গুজৰাট চৰকাৰ ন্যায়ালয়ৰ শংকা!
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

Gujarat Bilkis Bano Case :

গুজৰাটৰ চাঞ্চল্যকৰ বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণৰ ১১ জন জঘন্য অপৰাধীৰ শাস্তি লাঘবৰ বিতৰ্কিত বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত। গুজৰাট চৰকাৰে ১১ জন দোষীক আগতীয়াকৈ কাৰামুক্ত কৰা পদক্ষেপৰ প্ৰত্যাহ্বান জনাই বিগত বৰ্ষৰ নৱেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল বিলকিছ।

ADVERTISEMENT

যোৱা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দোষীৰ শাস্তি লাঘবৰ যাৱতীয় ফাইল দাখিল কৰিবলৈ নির্দেশ দিছিল কেন্দ্রীয় চৰকাৰ আৰু গুজৰাটচৰকাৰক। ন্যায়াধীশ কে এম যোছেফ আৰু বি ভি নাগৰত্নৰ বিচাৰপীঠে কাৰাৰুদ্ধ অৱস্থাত ১১জন দোষীক ৰেহাই দিয়াক লৈ প্ৰশ্ন কৰিছিল আৰু কৈছিল যে ৰাজ্য চৰকাৰে অপৰাধৰ ভয়াৱহতা বিবেচনা কৰিব পাৰিলেহেঁতেন।

সম্প্রতি ফাইল বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু গুজৰাট চৰকাৰ। বিশেষাধিকাৰৰ উদাহৰণ দাঙি ধৰি চৰকাৰে ইংগিত দিয়ে যে এই সম্পৰ্কীয় নথিপত্র দাখিল কৰিব নিবিচাৰে।

বিলকিছ বানোৱে তেওঁৰ আবেদনত কয় যে ৰাজ্য চৰকাৰে ১১জন দোষীক শাস্তি ৰেহাই দিয়া কাৰ্যই সমাজৰ বিবেকক জোকাৰি গৈছে। ২০০২ৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত বিলকিছৰ তিনি বছৰীয়া কন্যাসহ পৰিয়ালৰ সাত সদস্যক হত্যা কৰা হৈছিল। উল্লেখ্য যে আদালতে দোষীক ৰেহাই দিয়া সন্দৰ্ভত প্ৰশ্ন কৰি কয়, ‘এগৰাকী গৰ্ভৱতী মহিলাক দলবদ্ধ ধর্ষণ কৰা হৈছিল আৰু কে’বাজনো লোকক হত্যা কৰা হৈছিল।

আপোনালোকে ভুক্তভোগীৰ গোচৰক ভাৰতীয় দণ্ড বিধিৰ হত্যাৰ ঘটনাৰ ধাৰা ৩০২ৰ স’তে তুলনা কৰিব নোৱাৰে। যিদৰে আপোনালোকে কমলাৰ স’তে আপেলৰ তুলনা কৰিব নোৱাৰে, একেদৰে গণহত্যাৰ ঘটনাক এটা হত্যাকাণ্ডৰ স’তে তুলনা কৰিব নোৱাৰি। অপৰাধ সাধাৰণতে সমাজ আৰু সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘটিত হয়।

অসমতাক সমতাৰ স’তে তুলনা কৰিব নোৱাৰি। তদুপৰি উচ্চতম ন্যায়ালয়ে কয়, ‘প্রশ্নটো হৈছে চৰকাৰে মগজুৰ প্ৰয়োগ কৰিছে নে নাই আৰু কিহৰ ভিত্তিত ৰেহাই সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।’ পুনৰ সৰ্বোচ্চ ন্যায়ালয়ে কয়, ‘আজি এয়া বিলকিছ, কিন্তু কাইলৈ যিকোনো এজন হ’ব পাৰে। সেয়া আপুনি অথবা ম‍ই হ’ব পাৰো।

ৰেহাই দিয়াৰ কাৰণ যদি প্ৰদৰ্শন নকৰে তেন্তে আমি নিজস্ব সিদ্ধান্ত গ্ৰহণ কৰিম।’ অহা দুই মে’ত উচ্চতম ন্যায়ালয়ে এই ৰেহাইৰ সিদ্ধান্ত প্রত্যাহ্বান জনোৱা কে’বাটাও গোচৰৰ একেলগে শুনানি গ্রহণ কৰিব। তদুপৰি ন্যায়ালয়ে প্রতিজন দোষীকে উত্তৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ে বিলকিছ বানো আৰু দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ সদস্যসকলৰ ঘটনাক নৃশংস ঘটনা বুলি আখ্যা দিছিল আৰু গুজৰাট চৰকাৰক প্ৰশ্ন কৰিছিল যে অন্যান্য হত্যাৰ গোচৰসমূহৰ দৰে ১১ জন দোষীক ৰেহাই দিয়াৰ ক্ষেত্ৰত সমমান প্রয়োগ কৰা হৈছে নে নাই। দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ সময়ত বিলকিছৰ বয়স আছিল ২১ বছৰ আৰু তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bilkis Bano CaseCrimeGujarat
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d