Baihata Exceptional School :ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হোৱা এখনি চৰকাৰী বিদ্যালয় 

বিদ্যালয়ৰ ভুমিত চেগুণ গছ ৰোপণ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ

boragaon school

Baihata Exceptional School :

ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হোৱা এখনি চৰকাৰী বিদ্যালয় । বিদ্যালয়ৰ ভুমিত চেগুণ গছ ৰোপণ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ । আজিৰ পৰা তিনিটা দশক পুৰ্বে কামৰূপ জিলাৰ বৰগাও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয়ত ৰোপণ কৰিছিল এইসমূহ গছ ।

পৰিবেশৰ প্ৰতি ছাত্র ছাত্ৰীক বাস্তৱায়িত অৰ্থত জ্ঞান দিয়াৰ বাবে এই পদক্ষেপ লৈছিল শিক্ষাগুৰু সকলে । এতিয়া স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয়ৰ বননি সংৰক্ষণ কৰিছে বৰ্তমান বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে ।

তেওলোকৰ বাবে এতিয়া ছাত্র ছাত্ৰীসকল যিমান মৰমৰ সমানে মৰমৰ গছসমূহ । বন তথা বনজ সম্পদ ধংসৰ হাজাৰ খবৰৰ মাজত বৰগাও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এই প্ৰচেষ্টা আন দহৰ বাবেও হব পাৰে আদৰ্শ।

Exit mobile version