Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam : আৰণ্যকৰ উদ্যোগ : হাতী – মানুহৰ সংঘাত নিৰাময়ৰ ববে স্থানীয় লোকক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক

publisher by publisher
April 12, 2023
in Assam, News
Reading Time: 1 min read
0
Assam : আৰণ্যকৰ উদ্যোগ : হাতী – মানুহৰ সংঘাত নিৰাময়ৰ ববে স্থানীয় লোকক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

২০১৭ত পাঁচটা বন্যহস্তীৰ মৃত্যুৰ পাছত হস্তী দণ্ডীৰূপে চিহ্নিত কৰিছিল

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

Elephant: বহিঃৰাজ্যলৈ সংগোপনে হাতীৰ সৰবৰাহ । অসমৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ২০খনৰো অধিক এনিমেল এম্বুলেন্সেৰে অসমৰ পৰা সংগোপনে হাতী সৰবৰাহৰ ঘটনাই জোকাৰিছে ৰাজ্য

Assam  :

সঘনাই হাতী – মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী দিব পৰা এটা ব্যৱস্থাই মানুহ আৰু বনৰীয়া হাতী দুয়োবিধ প্ৰাণীৰে জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিলে গাওঁবাসীয়ে তেওঁলোকৰ জীৱন ৰক্ষা আৰু শস্য আৰু সম্পত্তি লোকচান হ্ৰাস কৰাৰ বাবে সময়মতে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ।

ADVERTISEMENT

হাতী – মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে গৱেষণা, সেৱা সম্প্ৰসাৰণ, সামৰ্থ্য সৃষ্টি আৰু অৱক্ষয় হোৱা বসতিস্থল পুনৰুদ্ধাৰ আদি বহু দিশত কাম কৰা উত্তৰ-পূব ভাৰতস্থিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org) সঘনাই হাতী – মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত স্থানীয় লোকসকলক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক (ই চি এন) নামৰ এটা স্থানীয় গোট গঠনৰ জৰিয়তে এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ই চি এন সমূহৰ মূল উদ্দেশ্য হৈছে স্থানীয় গাওঁবাসীক লৈ এটা “আগতীয়া সতৰ্কবাণী ব্যৱস্থা”ৰ সৃষ্টি কৰা । স্থানীয় গাওঁবাসীয়ে তেওঁলোকৰ ওচৰ-পাজৰত হাতীৰ গতিবিধি নিৰীক্ষণ কৰিব আৰু গাঁৱৰ লোকসকলক হাতীৰ উপস্থিতিৰ বিষয়ে সতৰ্ক কৰিব ।

আৰণ্যকে মানুহ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে কাম কৰি থকা গাওঁবোৰত প্ৰাৰম্ভিকভাবে ইয়াৰ আৰম্ভণি কৰিছিল । গাঁওবাসীয়ে এনে গোট গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা আৰু তেওঁলোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি গোৱালপাৰা, বাক্সা আৰু উদালগুৰি জিলাত এতিয়ালৈকে সাতটা ই চি এন গোট গঠন কৰিলোঁ য’ত প্ৰায় ১৩০ জন লোক জড়িত হৈ আছে।

ই চি এনৰ সদস্যসকলৰ সামৰ্থ্য গঢ়ি তোলাৰ বাবে আৰণ্যকৰ বিভিন্ন দলে আনুষ্ঠানিক কৰ্মশালা আৰু অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰে। তেওঁলোকক হাতীৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণ আৰু ফলপ্ৰসূ প্ৰশমন ব্যৱস্থাৰ বিষয়ে শিকোৱা হয়, যিবোৰে তেওঁলোকক তেওঁলোকৰ অঞ্চলত সংঘাত পৰিহাৰ কৰা আৰু সহাৱস্থানৰ ক্ষেত্ৰত সহায় কৰিব।

সংশ্লিষ্ট ই চি এন সদস্যসকলে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে হাতীৰ উপস্থিতিৰ তথ্য আদান প্ৰদান কৰে । ইয়াৰ উপৰিও ইচিএনৰ সদস্যসকলে আমাক ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ৰিচাৰ্জযোগ্য স্পটলাইটৰ দৰে প্ৰশমন সঁজুলি বিতৰণ, গাঁওসমূহত মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰাত সহায় কৰে।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভুতি প্ৰসাদ লহকৰে কয়, “ই চি এন গোটসমূহে সংকেত প্ৰেৰণ আৰু উন্নত নিৰীক্ষণত যথেষ্ট অৰিহণা যোগাইছে আৰু মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰাত সহায় কৰিছে । আমি এই ইচিএন সদস্যসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ তথা মানুহ আৰু হাতীৰ সংঘাতৰ বলি হোৱা লোকসকললৈ বস্তুগত সহায় আগবঢ়াইছো। শস্যৰ ক্ষতি হ্ৰাস কৰিবলৈ তেওঁলোকক হাতীক কম আকৰ্ষিত কৰা আৰু উপাৰ্জনত সহায় কৰিব পৰা বিকল্প শস্য, তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে কিট আদি প্ৰদান কৰা হয় । মানুহ আৰু হাতীৰ বৰ্ধিত সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত ই চি এনে দৃশ্যমান পৰিৱৰ্তন সাধিব বুলি আমি বিশ্বাস কৰোঁ” ।

মানুহ আৰু হাতীৰ সংঘাতে হাতী আৰু মানুহ উভয়ৰে মংগলৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰে । উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম এছিয়ান হাতীৰ বিচৰণথলী আৰু মানুহ আৰু হাতীৰ সংঘাতৰো মূল স্থান ।

সময়ৰ লগে লগে মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ তীব্ৰতা আৰু প্ৰকোপ বৃদ্ধি পাইছে আৰু ই মানুহৰ জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে আৰু হাতী সংৰক্ষণৰ চেষ্টাক দুৰ্বল কৰিছে । অসমত ২০১১-২০২১ বৰ্ষত প্ৰায় ৮০০ মানুহ আৰু প্ৰায় ৫০০ বনৰীয়া হাতী নিহত হোৱাৰ উদ্বেগজনক পৰিসংখ্যাই ইয়াক প্ৰতিফলিত কৰিছে । মানুহ আৰু হাতীৰ সংঘাতৰ ফলস্বৰুপে অসমত ২০২২ চনত ৮২টা বন্যহস্তীৰ মৃত্যু হৈছে ।
\

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ELEPHANT
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d