Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP Meeting In Silchar:শিলচৰত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

লোকসভাত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত হ’ব - অতুল বৰা

publisher by publisher
May 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
AGP Meeting In Silchar:শিলচৰত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
2
SHARES
17
VIEWS
ShareShareShareShare

Agp Meeting In Silchar:

শুক্ৰবাৰে কৰিমগঞ্জ লোকসভা সমষ্টিত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ পিছত বৰাক উপত্যকাত আজি দ্বিতীয় দিনা কাছাৰ জিলা শিচলৰ চহৰৰ মাজমজিয়াত শিলচৰ লোকসভা সমষ্টিৰ কেইবা হেজাৰো দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত অগপ দলৰ আন এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।

ADVERTISEMENT

সন্মিলনত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে ঐক্যবদ্ধভাৱে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে নতুন প্ৰজন্মৰ হৃদয়লৈ অগপক লৈ যাব লাগিব, যাতে অসম গণ পৰিষদে সকলো নিৰ্বাচনী যুঁজতে হেলাৰঙে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হব বুলি দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সভাপতি অতুল বৰাই কয় যে, যিকোনো প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে অসম গণ পৰিষদক অধিক শক্তিশালী কৰাটোৱেই দলটোৰ প্ৰধান লক্ষ্য।

RelatedPosts

Amit Shah Assam Visit:তিনিদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Foreign cigarettes seized in Silchar:শিলচৰত জব্দ ৩,০৬০ পেকেট বিদেশী চিগাৰেট

Silchar NIT :শিলচৰ এনআইটিত ভয়ংকৰ ঘটনা !

atul bora 1কৰিমগঞ্জৰ দৰে আজি কাছাৰ জিলাৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰো পাৰভঙা উৎসাহে অত্যন্ত অভিভূত হৈ সভাপতি বৰাই দৃঢ়তাৰে কয় যে বৰাকৰ নীলিম আকাশত অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে গৌৰৱ ধ্বজা অনাগত দিনবোৰত শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালভাৱে বৰাক উপত্যকাতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনসাধাৰণৰ সমৰ্থনেৰে অসম গণ পৰিষদে অপ্ৰতিৰোধ্য গতি লাভ কৰিছে আৰু আজি শিলচৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত সাতটা বিধান পৰিষদৰ কৰ্মী সকল একত্ৰিত হৈ আয়োজন কৰা শিলচৰ লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি সুস্পষ্ট ইঙ্গিত বহন কৰিছে বুলি উল্লেখ কৰে ৷

অগপ দলক সমৰ্পিত কৰ্মকৰ্তা সকলৰ নিৰন্তৰ প্ৰয়াসৰ ফলত অগপৰ এই দুৰন্ত গতিয়ে সৰ্বব্যাপী প্ৰসাৰিত হোৱাৰ কামনা কৰে। অসমৰ বুকুত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। শিলচৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত অগপৰ সাতোটা বিধান পৰিষদৰ কৰ্মকৰ্তাসকলক জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰি দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ সভাপতি বৰাই আহ্বান জনায়।

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত সন্মিলনত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অগপ দলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক শক্তিশালী আঞ্চলিক শক্তি হিচাপে অৱস্থান কৰিছে বুলি মতপ্ৰকাশ কৰে। আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিৰোধীক নসাৎ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে দল এতিয়াৰে পৰা তৎপৰ হব লাগিব বুলি কাৰ্য্যকৰী সভাপতি মহন্তই মন্তব্য কৰে ৷

Atul Bora 2আগন্তুক নিৰ্বাচন সমূহত মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে বৰাক উপত্যকাক শক্তিশালী দুৰ্গলৈ পৰিনত কৰিব পৰা যায়, তাৰবাবে তৃণমূল পৰ্যায়ৰ পৰাই দলটোক টনকিয়াল কৰিবলৈ মহন্তই আহ্বান জনাই কয় যে, সমাগত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত বৰাক উপত্যকাত মিত্ৰজোঁটৰ বিজয় ৰথে দুৰন্ত গতি লাভ কৰিব ।

সন্মিলনত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰায়, বিমলেন্দ সিংহ, উপ-সভাপতি সুনীল ডেকা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জিলা আৰু বিধান পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আজিৰ সভাত উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP MeetingMinister Atul BoraMnister Keshab MahantaSilchar
publisher

publisher

Related Posts

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d