Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Three State Assembly Election Mandate 2023:তিনিও খন ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে !

publisher by publisher
March 2, 2023
in India, News
Reading Time: 2 mins read
0
Three State Assembly Election Mandate 2023:তিনিও খন ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে !
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Three State Assembly Election Mandate 2023:

উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে পুৱা ভাগৰ পৰা ৷ এই পৰ্যন্ত তিনি ৰাজ্যত ভোট গণনাত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

ADVERTISEMENT

তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট ৷ ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি শাসনাধিষ্ঠ বিজেপি মিত্ৰগোষ্ঠীয়ে ৩২ খনত,তিপ্ৰামথাই ৯ খনত,চিপিআই এমে ১৩ খনত,কংগ্ৰেছে ৫ খনত আৰু অন্যান্যই ১ খনত আগবাঢ়ি আছে ৷

চৰকাৰ গঠনৰ দিশত মেজিক নম্বৰ ক্ৰছ কৰিছে যদিও এখন স্থিৰ চৰকাৰ গঠনৰ বাবে তিপ্ৰামথাইক চৰকাৰত অংশীদাৰ কৰিবৰ বাবে ইতিমধ্যে ভোট গণনা চলি থকাৰ মাজতে টিপৰা মাথাৰ নেতৃত্বৰ লগত বিজেপি শীৰ্ষ নেতাই আৰম্ভ কৰিছে প্ৰাৰম্ভিক আলোচনা ৷

উল্লেখ্য যে, ত্ৰিপুৰাত এইবাৰ ৬০ খন আসনৰ ভিতৰত ৫৪ খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে দলটোৱে মিত্ৰদল আই পি এফ টিক ৬ খন আসন এৰি দিছিল।

আনহাতে পাৰ্বত্য ৰাজ্য নাগালেণ্ড পুনৰ এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে ৷ এই পৰ্যন্ত ভোট গণনাত এন ডি পি পিয়ে ২৬,বিজেপি ১৩,এন চি পি ৩,এন পি পি ৫ আৰু অন্যান্য ১৩ খল আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ শূন্য হৈ আছে ৷

পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হয় ৰাজ্য খনত। নাগালেণ্ড বিধানসভাৰ মুঠ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৯ টা সমষ্টিৰ ভোটগণনা হয়। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) এটা সমষ্টি (অকুলুট) বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে বাবে এখন আসনৰ ভোটদান অনুষ্ঠিত হোৱা নাছিল। ৩১ নং অকুলুটু সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী কহেতো কিমিনি জয়ী হৈছিল ৷

চুবুৰীয়া মেঘালয়ত পুনৰ শাসনাধিষ্ঠ এন পিপিৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ সদ্য সমাপ্ত নিৰ্বাচনত যদিও এন পি পি আৰু বিজেপিয়ে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল যদিও নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৱাহাটীলৈ আহি গুৱাহাটীৰ এখন বিলাসী হোটেলত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰে ৷

মেঘালয়ত দুয়োটা দলে পুনৰ মিলিত হৈ চৰকাৰ গঠনৰ ইংগিত দিয়ে ৷ আজি পুৱাৰে আঠ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত পুনৰ এন পি পি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠৰ দিশে অগ্ৰগতি লাভ কৰিছে ৷

এই পৰ্যন্ত অব্যাহত থকা ভোট গণনাত এন পি পিয়ে ২৬,বিজেপি ৫,টি এম চি ৫,ইউ ডি পি ৮ ,কংগ্ৰেছ ৫ আৰু অন্যান্য ১০ খনত অগ্ৰগতি লাভ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CountingMandate 2023Three State Assembly Election
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d