Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP Meeting In Silchar:শিলচৰত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

লোকসভাত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত হ’ব - অতুল বৰা

publisher by publisher
May 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
AGP Meeting In Silchar:শিলচৰত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
2
SHARES
17
VIEWS
ShareShareShareShare

Agp Meeting In Silchar:

শুক্ৰবাৰে কৰিমগঞ্জ লোকসভা সমষ্টিত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ পিছত বৰাক উপত্যকাত আজি দ্বিতীয় দিনা কাছাৰ জিলা শিচলৰ চহৰৰ মাজমজিয়াত শিলচৰ লোকসভা সমষ্টিৰ কেইবা হেজাৰো দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত অগপ দলৰ আন এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।

ADVERTISEMENT

সন্মিলনত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে ঐক্যবদ্ধভাৱে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে নতুন প্ৰজন্মৰ হৃদয়লৈ অগপক লৈ যাব লাগিব, যাতে অসম গণ পৰিষদে সকলো নিৰ্বাচনী যুঁজতে হেলাৰঙে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হব বুলি দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সভাপতি অতুল বৰাই কয় যে, যিকোনো প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে অসম গণ পৰিষদক অধিক শক্তিশালী কৰাটোৱেই দলটোৰ প্ৰধান লক্ষ্য।

RelatedPosts

কাছাৰত তিনি কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

 Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক 

Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

atul bora 1কৰিমগঞ্জৰ দৰে আজি কাছাৰ জিলাৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰো পাৰভঙা উৎসাহে অত্যন্ত অভিভূত হৈ সভাপতি বৰাই দৃঢ়তাৰে কয় যে বৰাকৰ নীলিম আকাশত অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে গৌৰৱ ধ্বজা অনাগত দিনবোৰত শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালভাৱে বৰাক উপত্যকাতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনসাধাৰণৰ সমৰ্থনেৰে অসম গণ পৰিষদে অপ্ৰতিৰোধ্য গতি লাভ কৰিছে আৰু আজি শিলচৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত সাতটা বিধান পৰিষদৰ কৰ্মী সকল একত্ৰিত হৈ আয়োজন কৰা শিলচৰ লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি সুস্পষ্ট ইঙ্গিত বহন কৰিছে বুলি উল্লেখ কৰে ৷

অগপ দলক সমৰ্পিত কৰ্মকৰ্তা সকলৰ নিৰন্তৰ প্ৰয়াসৰ ফলত অগপৰ এই দুৰন্ত গতিয়ে সৰ্বব্যাপী প্ৰসাৰিত হোৱাৰ কামনা কৰে। অসমৰ বুকুত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। শিলচৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত অগপৰ সাতোটা বিধান পৰিষদৰ কৰ্মকৰ্তাসকলক জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰি দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ সভাপতি বৰাই আহ্বান জনায়।

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত সন্মিলনত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অগপ দলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক শক্তিশালী আঞ্চলিক শক্তি হিচাপে অৱস্থান কৰিছে বুলি মতপ্ৰকাশ কৰে। আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিৰোধীক নসাৎ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে দল এতিয়াৰে পৰা তৎপৰ হব লাগিব বুলি কাৰ্য্যকৰী সভাপতি মহন্তই মন্তব্য কৰে ৷

Atul Bora 2আগন্তুক নিৰ্বাচন সমূহত মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে বৰাক উপত্যকাক শক্তিশালী দুৰ্গলৈ পৰিনত কৰিব পৰা যায়, তাৰবাবে তৃণমূল পৰ্যায়ৰ পৰাই দলটোক টনকিয়াল কৰিবলৈ মহন্তই আহ্বান জনাই কয় যে, সমাগত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত বৰাক উপত্যকাত মিত্ৰজোঁটৰ বিজয় ৰথে দুৰন্ত গতি লাভ কৰিব ।

সন্মিলনত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰায়, বিমলেন্দ সিংহ, উপ-সভাপতি সুনীল ডেকা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জিলা আৰু বিধান পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আজিৰ সভাত উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP MeetingMinister Atul BoraMnister Keshab MahantaSilchar
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d