Imran Khan Arrest:প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ 

ইছলামাবাদ উচ্চ ন্যায়ালয় চৌহদত গ্ৰেপ্তাৰ প্ৰধানমন্ত্ৰী খানক

imran khan arrest

Imran Khan Arrest:

গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান ৷ আজি দিনৰ ভাগত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা হয় পাক প্ৰধানমন্ত্ৰী গৰাকীক ৷

পাকিস্তানী ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰে ইমৰান খানক ৷ আল কাডিৰ ট্ৰাষ্ট গোচৰত পাক প্ৰধানমন্ত্ৰী জনক গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে, গ্ৰেপ্তাৰৰ সময়ত ইছলামাবাদ উচ্চ ন্যায়ালয় চৌহদ হৈ পৰে ৰণক্ষেত্ৰলৈ ৷ যাৰবাবে আটকাধীন প্ৰধানমন্ত্ৰী গৰাকী হঠাতে হৈ পৰে অসুস্থ  ৷ তেওঁক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইছলামবাদৰ স্পেচিয়েল হাস্পতাললৈ নিয়া হয় ৷

Exit mobile version