Nalbari Bjp :বঙাইগাঁওৰ পিছত এইবাৰ নলবাৰীত বিজেপিৰ ভিতৰচৰাত বিদ্ৰোহৰ উকমুকনি !

nalbari bjp

Nalbari Bjp :

বঙাইগাঁওৰ পিছত এইবাৰ নলবাৰীত বিজেপিৰ ভিতৰ চ’ৰাত বিদ্ৰোহৰ উকমুকনি ৷ সামাজিক মাধ্যমত বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতিৰ তাৎপৰ্যপূৰ্ণ পষ্ট’।

যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মনক গুৰুত্বহীন কৰাৰ অভিযোগ ৷ জিলা বিজেপিৰ ভিতৰচৰাৰত কংগ্ৰেছী পৰম্পৰা চলাৰ অভিযোগ হেমন্ত বৰ্মনৰ।

ফেচবুকযোকে দিয়া এই পষ্ট’ৰ পিছতেই বিজেপিৰ ভিত’ৰচাৰত খলকনি আৰম্ভ।

Exit mobile version