Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dipor Bil : চৰকাৰৰ চূড়ান্ত অৱহেলা-গুৰুত্বহীনতাত স্বীকৃতি হেৰুৱাৰ দিশে দীপৰ বিল

publisher by publisher
November 26, 2022
in Assam, News
Reading Time: 2 mins read
0
Dipor Bil : চৰকাৰৰ চূড়ান্ত অৱহেলা-গুৰুত্বহীনতাত স্বীকৃতি হেৰুৱাৰ দিশে দীপৰ বিল

dipor bil

6
SHARES
59
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Dipor Bil :

জীৱশ্ৰেষ্ঠৰ অত্যাচাৰত অস্তিত্বৰ সংকটত ভুগি থকা তথা পক্ষী সংৰক্ষিত অঞ্চলৰূপে খ্যাত গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ ২০টা বর্ষ অতিক্ৰম কৰিলে।

ADVERTISEMENT

দেশী-বিদেশী পক্ষীৰ বিচৰণভূমি দীপৰ বিলে এই স্বীকৃতি লাভৰ বাবে প্ৰয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটাত উত্তীৰ্ণ হৈ ২০০২ত ‘ৰামছাৰ ক্ষেত্ৰ’ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰকৃতিৰ সৃষ্টি বিশ্বৰ আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে ১৯৭১ৰ দুই ফেব্ৰুৱাৰীত ইৰানৰ ৰামছাৰ চহৰত বিভিন্ন দেশৰ প্ৰতিনিধি তথা প্রকৃতিবিদৰ উপস্থিতিত এখন সন্মিলন অনুষ্ঠিত হৈছিল।

ৰামছাৰ সন্মিলনৰূপে খ্যাত এই সন্মিলনতে বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্রণয়ন কৰি পৰ্যায়ক্রমে বিশ্বৰ বিভিন্ন আৰ্দ্ৰভূমিক ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সন্মিলন অনুষ্ঠিত হোৱাৰ দিনটোতে প্ৰতিবছৰে বিশ্ব আৰ্দ্ৰভূমি দিৱস পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰি ১৬০খন দেশে এখন চুক্তি স্বাক্ষৰ কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ৰ জুলাইলৈকে বিশ্বৰ ২,৪২৪টা জলাশয় তথা আৰ্দ্ৰভূমিক ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰা হৈছিল আৰু ১৯৭৪ত অষ্টেলিয়াৰ ‘ক’বুৰ্গ পেনিনছুলা’ক বিশ্বৰ প্ৰথমখন ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰা হয়। উল্লেখ্য যে সম্প্ৰতি ভাৰততো ৪৭খন ৰামছাৰ ক্ষেত্ৰ আছে আৰু ইয়াৰ ভিতৰত দীপৰ বিলে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২ত স্বীকৃতি লাভ কৰে।

দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিকোপতি দীপৰ বিলৰ সীমা নিৰ্ধাৰণ নহ’ল। বৰঞ্চ ব্যাপক জল, শব্দ, বায়ু প্ৰদূষণৰ কৰাল গ্ৰাসত পৰা দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিৰ হেৰুওৱাৰ উপক্ৰম হৈছে। বিশেষকৈ পক্ষী সংৰক্ষিত অঞ্চলৰূপে খ্যাত তথা ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ সময়ত দীপৰ বিলত ২১৯টা প্ৰজাতিৰ দেশী-বিদেশীৰ পক্ষীৰ উপস্থিতি জৰীপত পোহৰলৈ আহিছিল যদিও শেহতীয়া জৰীপত বিলখনত মাথোঁ ৬৬ টা প্ৰজাতিৰ পক্ষীৰ উপস্থিতিহে পোহৰলৈ আহিছে।

ফলত ৰামছাৰ ক্ষেত্ৰখন চৰকাৰৰ অৱহেলা তথা গুৰুত্বহীনতাৰ ফলত সময়ৰ গতিত বিলীন হৈ যাব নেকি বুলি প্রকৃতিপ্রেমীসকল চিন্তিত। ইফালে, চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবেই দীপৰ বিলে তিল তিলকৈ মৃত্যুৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই। মঞ্চৰ সম্পাদক প্রমোদ কলিতাই দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ বৰ্ষৰ সম্পূৰ্ণ কৰিলে যদিও ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ সীমা আজিলৈকে নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বিষয়টোৱে বিশ্বৰ বুকুত প্রকৃতি ৰক্ষাৰ প্ৰতি অসম দায়বদ্ধ কিমান তাৰ স্বৰূপ উদঙাই দিছে বুলি মন্তব্য কৰি চৰকাৰৰ অপৰিকল্পনাবিহীন দায়িত্ববোধৰ বাবেই আজি দীপৰ বিলে অস্তিত্বৰ মহাসংকটত পৰিছে বুলি কয়।

তেওঁ কয়, ‘প্রয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটা উত্তীৰ্ণ হৈ ২০০২ত দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছিল। ইয়াৰে প্ৰথম বৈশিষ্ট্যৰূপে দীপৰ বিল প্রাকৃতিকভাৱে চহকী, দ্বিতীয়তে দীপৰ বিলত বিশ্বৰ বিলুপ্তপ্রায় প্ৰজাতিৰ চৰাই পোৱা যায়, য’ত পেলিকান প্ৰজাতিৰ ঢেঁৰা, বৰটোকোলা, কুৰুৱা, ডাঙৰ শেন, হাড়গিলা আদি পক্ষী দীপৰ বিলত উপলব্ধ। চতুৰ্থ বৈশিষ্ট্যটো হৈছে দীপৰ বিলত এদিনতে ১৯ হেজাৰ চৰাইৰ উপস্থিতি পোৱা গৈছিল। সাত আৰু আঠ নম্বৰ বৈশিষ্ট্যৰূপে দীপৰ বিলত ১৯ প্ৰজাতিৰ ৫০ বিধ মাছ পোৱা গৈছিল; যিবিলাকৰ গৰিষ্ঠ সংখ্যকে দীপৰ বিলত প্রাকৃতিকভাৱে প্ৰজনন হৈ লালিত-পালিত হৈছিল।

এনে বৈশিষ্ট্যসমূহৰ বাবেই দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল; কিন্তু এই বৈশিষ্ট্যসমূহ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে দীপৰ বিলে। আজিলৈকে ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰা নহ’ল। এদিনতে ১৯ হেজাৰ চৰাই গণনা হোৱা দীপৰ বিলত চলিত বৰ্ষৰ প্ৰথমার্ধত এদিনত ১০,২৮৯টা পক্ষীৰ উপস্থিতিহে পোৱা গৈছে। এই সময়ছোৱাত দেশী-বিদেশী পক্ষীয়ে ভৰি থকা দীপৰ বিলত এতিয়া ১৫-১৬ প্রজাতি পক্ষীৰ উপস্থিতিহে পোৱা গৈছে।

ফলত সকলো দিশৰ পৰা দীপৰ বিল সংকুচিত হৈ আহিছে আৰু আজিৰ দিনত যদি জৰীপ হয় নিশ্চিতভাৱে দীপৰ বিলে ৰামছাৰ স্বীকৃতি যে হেৰুৱাই পেলাব সেয়া সুনিশ্চিত।’ দীপৰ বিলৰ সুৰক্ষাৰ বাবে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি সুৰক্ষা মঞ্চৰ সম্পাদকজনে মন্তব্য কৰি বৰঞ্চ বিলখনৰ গাতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি চৰকাৰে জ্বলা জুইত ঘিঁহে ঢালি দিলে বুলি কয়।

তেওঁ পুনৰ কয়, ‘ডাম্পিং গ্রাউণ্ডৰ গেলা-পঁচা সামগ্ৰীয়ে বিলখনৰ পানী প্ৰদূষিত কৰি ইয়াত বসবাস কৰা মৎস্যকুলৰ লগতে পক্ষীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিলে আৰু বহু মাছ-কাছ ইতিমধ্যে মৃত্যু মুখত পৰিছে। সমান্তৰালভাৱে বিলখনৰ মাজেৰে ৰেলপথ স্থাপন কৰি শব্দ প্ৰদূষণ সৃষ্টি কৰা হ’ল আৰু যি শব্দ প্ৰদূষণৰ বাবে পক্ষীকে ধৰি বণৰীয়া জীৱ-জন্তুৰ বিচৰণত ব্যাঘাত জন্মোৱা হ’ল।

ইতিমধ্যে ৰেলৰ খুন্দাত হাতীকে ধৰি বিভিন্ন জীৱকুলৰ মৃত্যু হৈছে৷ একেদৰে ডাম্পিং গ্রাউণ্ডে সৃষ্টি কৰা বায়ু প্ৰদূষণেও বিলখনলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিলে। এনে দিশসমূহ চৰকাৰৰ অৱগত যদিও ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।’

উল্লেখ্য যে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ সময়ত সংশ্লিষ্ট বিভাগে কৰা জৰীপত দীপৰ বিলত ২১৯ প্রজাতি দেশী-বিদেশী পক্ষীৰ উপস্থিতি পোহৰলৈ আহিছিল। সেই সময়ত বিলখনত ৫০টা প্ৰজাতিৰ মাছ, ৩৮টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪৪৮ প্ৰজাতিৰ উদ্ভিদৰ উপস্থিতি পোৱা গৈছিল। শেহতীয়াকৈ গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ উদ্যোগত অসম ৰাজ্যিক জৈৱ-বৈচিত্র্য পৰিষদ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনে চলোৱা পক্ষীৰ জৰীপত দীপৰ বিলৰ পৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ তথ্য পোহৰলৈ আহিছে।

‘বাৰ্ড লাইফ ইণ্টাৰনেচনেলে’অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত অঞ্চলৰূপে চিহ্নিত কৰা দীপৰ বিলৰ শেহতীয়া জৰীপত মাথোঁ ৬৬ প্রজাতিৰ চৰাইৰ উপস্থিতিহে ধৰা পৰিছে। ১৫৩ বিধ পক্ষীয়ে দীপৰ বিল এৰা তথ্য জৰীপত পোহৰলৈ আহিছিল। সমান্তৰালভাৱে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ সময়ত দীপৰ বিলৰ মুঠ মাটিকালি চাৰি হেজাৰ হেক্টৰ আছিল যদিও ২০টা বছৰে সীমা নিৰ্ধাৰণ নকৰাৰ ফলত এই মাটিকালি আজিৰ দিনত নাই বুলি সুৰক্ষা মঞ্চৰ সম্পাদক কলিতাই সদৰী কৰি বিলখন সুৰক্ষা কৰিবলৈ সকলো আগবাঢ়ি নাহিলে, এতিয়া যি আছে সেয়াও সময়ৰ গতিত বিলীন হৈ যাব বুলি মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDipor BilGuwahat
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d