Cm Himanta Biswa Sarma:
চলিত মে’ৰ শেষটো সপ্তাহত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল ৷ এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে,ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত উল্লিখিত কথা প্ৰকাশ কৰে ৷