Guwahati High Court New Judge Appintment:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ নিযুক্তি

অতিৰিক্ত ন্যায়াধীশ ৰবীন ফুকনক ন্যায়াধীশ হিচাপে নিযুক্তি

ghc

Guwahati High Court New Judge Appintment:

গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন ন্যায়াধীশ নিযুক্তি ৷ অতিৰিক্ত ন্যায়াধীশ ৰূপে কৰ্মৰত হৈ থকা ৰবীন ফুকনক কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ ন্যায়িক বিভাগে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে ৷

Exit mobile version