Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ankita Dutta Case: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখঠেকেচা যুৱ কংগ্ৰেছ নেতা শ্ৰীনিৱাস ভিৱি

অংকিতা দত্তৰ গোচৰ খাৰিজৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য ন্যায়লয়ৰ, শ্ৰী নিৱাসক গ্ৰেপ্তাৰৰ বাবে সাজু দিছপুৰ আৰক্ষী

publisher by publisher
May 5, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Ankita Dutta Case: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখঠেকেচা যুৱ কংগ্ৰেছ নেতা শ্ৰীনিৱাস ভিৱি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Ankita Dutta Case:

কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত শুক্ৰবাৰে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা অখিল ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস ভিৱি ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সদ্য নিলম্বিত কংগ্ৰেছী অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি
ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া খণ্ডপীঠে  আদালতে আবেদন অগ্ৰাহ্য কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে দিছপুৰ থানাই জাৰি কৰা জাননী অনুসৰি দুই মে’ত দিছপুৰ থানাত এঘাৰ বজাত হাজিৰ হ’ব লাগিছিল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। কিন্ত থানাত হাজিৰ নহৈ পলাতক অৱস্থাত থাকে শ্ৰীনিৱাস ৷

আনহাতে, ইতিপূৰ্বে শ্ৰী নিবাসৰ বাংগালোৰস্থ বাসগৃহত গৈ চমন আৰি থৈ আহে গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই ৷

উল্লেখযোগ্য অংকিতা দত্তই শ্ৰী নিবাসৰ বিৰুদ্ধে নিযার্তনৰ গোচৰ তৰিছিল দিছপুৰ থানাত ৷এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছিল খৰতকীয়া তদন্ত ৷ এই তদন্ত অনুসৰি শ্রী নিবাস দুই মে’ত থানাত হাজিৰ হ’লে জেৰা চলালেহেতেন আৰক্ষীয়ে ৷

স্মতৰ্ৱ্য যে, অসম আৰক্ষীয়ে ইতিপূৰ্বে শ্ৰী নিবাসক পলাতক ঘোষণা কৰিছিল ৷ মনকৰিবলগীয়া যে,অংকিতা দত্তৰ দিছপুৰ থানাত দিয়া গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিৱাসে জনোৱা আবেদনৰ ওপৰত ২৬ এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কোনো সকাহ নিদিলে শ্ৰীনিৱাসক ৷

ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া বিচাৰপীঠে চাৰিঘন্টা জোৰা শুনানি গ্ৰহণ কৰি আৰক্ষীক দুই মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল ৷

আজি উল্লিখিত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীনিৱাসৰ আবেদন অগ্ৰাহ্য কৰি অন্তৰ্ৱতীকালীন জামিন দিয়াৰ পৰা বিৰত থাকে ন্যায়াধীশ অজিত বৰঠাকুৰ আদালত ৷

আদালতৰ এই ৰায়দানৰ পাছত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিৱাসৰ গোচৰৰ তদন্ত খৰটকীয়া কৰি যিকোনো মুহূৰ্ততে ৱাৰেণ্টৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব পাৰে যুৱ কংগ্ৰেছী নেতাজনক ৷

সম্প্ৰতি পলাতক অৱস্থাত আছে শ্ৰীনিৱাস ভিৱি ৷ মনকৰিবলগীয়া যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল ।

দিছপুৰ থানাই এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনাও দিছিল শ্ৰী নিৱাসক ৷ আনহাতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কিন্তু ন্যায়ালয়ে সকাহ নিদিলে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ankita Dutta CaseGuwahati High Court RefusesSri Srinivash
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d