Four Officers Reshuffle In Police Department:আৰক্ষীত চাৰি বিষয়াৰ ৰদবদল

লখিমপুৰৰ নতুন এছ পি আনন্দ মিশ্ৰ, লীনা দলে লখিমপুৰলৈ,বেদান্ত মাধৱ ৰাজখোৱাক ক্ৰীড়া অতিৰিক্ত মহাপৰিদৰ্শক (ক্ৰীড়া)

transfer

Four Officers Reshuffle In Police Department:

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক পদৰ পৰা তাৎক্ষণিকভাৱে বদলি কৰা হয় এ পি এছ বিষয়া ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাক ৷

ADVERTISEMENT

আজি গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনাত নগাঁৱৰ এছ পি লীনা দলেক হাইলাকান্দি এছ পি হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে নগাঁৱৰ নতুন এছ পি হিচাপে নিয়োজিত কৰে হাইলাকান্দিৰ এছ পি নৱনীত মহন্তক ৷

আনহাতে লখিমপুৰৰ নতুন এছ পি হিচাপে দায়িত্ব দিয়া হয় ক্ৰীড়া বিভাগৰ অতিৰিক্ত মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰক ৷ বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ অতিৰিক্ত উপ- মহাপৰিদৰ্শক পদলৈ বদলি ৷

Exit mobile version