Water Supply Cut Off Guwahati:খাৰঘূলিৰ জলবিস্ফোৰণৰ পিছতে সংকটত মহানগৰবাসী !

কেইবাটাও স্থানত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব পানীযোগান

khaghuli 22

Water Supply Cut Off Guwahati:

গেমন ইণ্ডিয়াই স্থাপন কৰা পানী পৰিবাহী পাইপৰ বৃহৎ ভাল্ভ খহি বৃহস্পতিবাৰে বিয়লি খাৰঘূলিৰ জলবিস্ফোৰণৰ পাছতে সংকটৰ সন্মুখীন হোৱাৰ আশংকা মহানগৰবাসীৰ।

গুৱাহাটী মহানগৰীৰ কেতবোৰ স্থানত অনির্দিষ্টকাললৈ বন্ধ পানীযোগান বন্ধ হ’ব । আগন্তুক ১৫ দিনৰ বাবে গুৱাহাটীৰ জি এছ ৰোড, চান্দমাৰি, বামুণীমৈদাম আৰু শিলপুখুৰীত নাপাব পানী যোগান সাময়িকভাৱে বন্ধ থাকিব ৷

প্ৰাপ্ত খবৰ অনুসৰি খাৰঘূলিৰ বিধস্ত পানী পৰিবাহী পাইপৰ মেৰামতিৰ বাবে বন্ধ থাকিব উল্লিখিত অঞ্চলৰ পানী যোগান ৷

Exit mobile version