Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kharghuli Pipe Line blast Update:গুৱাহাটীত জাইকাৰ চৰম দায়িত্বহীনতাৰ ভয়ংকৰ পৰিস্থিতি

ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু,আহত সাত, আজিও পৰিস্থিতি অপৰিৱৰ্তিত,  নিহতৰ আত্মীয়লৈ দুইলাখ,আহতলৈ ১০হাজাৰ টকাৰ সাহাৰ্য ঘোষণা ৰাজহ মন্ত্রী যোগেন মোহন

publisher by publisher
May 26, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Kharghuli Pipe Line blast Update:গুৱাহাটীত জাইকাৰ চৰম দায়িত্বহীনতাৰ ভয়ংকৰ পৰিস্থিতি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Horrific murder in Kharghuli মহানগৰীৰ খাৰঘূলিত লোমহৰ্ষক হত্যাকাণ্ড

Kharkhuli Pipe line Blast:মহানগৰীত খাৰখুলিত অঘটন !

Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

Kharghuli Pipe Line blast Update:

মহানগৰীৰ লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত খাৰঘূলিৰ জয়পুৰত বৃহস্পতিবাৰে জাইকাৰ পানী যোগান প্ৰকল্পৰ পাইপ ফাটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। আনহাতে, আহত হয় শিশু-মহিলাসহ কমেও আঠজন লোক। আহতসকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটপূৰ্ণ বুলি জানিব পৰা গৈছে ৷

ADVERTISEMENT

ঘটনাৰ সাত ঘণ্টা উকলি যোৱাৰ পাছত বিভাগীয় মন্ত্ৰী অশোক সিংহালে পৰিস্থিতি বুজ লোৱাৰ লগতে ঘটনাৰ এক তদন্ত ঘোষণা কৰি তিনিদিনৰ ভিতৰত দাখিল কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ৷ আনহাতে জল বিস্ফোৰণত নিহত মহিলা গৰাকীৰ বাসগৃহতো উপস্থিত হয় সমবেদনা জনাই অশোক সিংহালে ৷

উল্লেখ্য যে,স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য বহু পলমকৈ উপস্থিত হৈ মাত্ৰ কিছু সময় ৰৈ সেইস্থানৰ পৰা আঁতৰি অহাক লৈ ক্ষতিগ্ৰস্ত লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ক্ষুব্ধ লোকৰ মন্তব্য বিধায়ক গৰাকীয়ে চৰম দায়িত্বহীনতাৰ পৰিচয় দিছে ৷ আনহাতে আজি ঘটনাস্থলীত উপস্থিত হৈ বুজ লয় কৃষিমন্ত্ৰী অতুল বৰা সহ জিলা প্ৰশাসনৰ এটা দলে ৷

জাইকাৰ চৰম গাফিলতিৰ বাবে মুহূৰ্ততে সৰ্বস্বান্ত হোৱা কেইবাটাও পৰিয়ালে নিশাটোৰ বাবে আশ্ৰয় লয় খাৰঘুলি জয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত ৷আন বহুলোকে আত্মীয় বাসগৃহত আশ্ৰয় লয় ৷

এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ জয়পুৰ অঞ্চলতে হঠাতে হোৱা জল বিস্ফোৰণত বহুলোকে লামলাকটি উলিয়াব নোৱাৰিলে নিজৰ গৃহৰ পৰা ৷ সকলো উটুৱাই তচনচ কৰিলে পানীৰ ঢলে

উল্লেখ্য যে,বৃহস্পতিবাৰে জাইকাৰ পানীৰ পাইপ ফুটি জল বিস্ফোৰণত নিহত হোৱা মহিলা গৰাকীৰ নাম সুস্মিতা দাস ৰাভা (৫৫)। আনহাতে, আহতসকলৰ ভিতৰত আছে মহিলা গৰাকীৰ জোঁৱাই ৰাজী দাস জীপ দাস তেওঁলোকৰ পুত্ৰ তথা নাতি নির্মল দাস আৰু বৰ জীয়াবীন সন্তান ৰশ্মি ৰাভা  | আহত আন লোক সকল হ’ল টংকেশ্বৰ দাস (২৮), পুতুলী দাস (8) অনামিকা দাস (২৫) আৰু প্রিয়াংক দাস(৩)গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰা হৈছে বুলি কর্তৃপক্ষই সদৰী কৰিছে।

সমান্তৰালভাৱে এই ঘটনাত ২০ টা পৰিয়ালৰ ৭৫লোক, প্রায় ২০ টা বাসগৃহ বহুকেইখন চাৰিচকীয়া, দুচকীয়া বাহন ক্ষতিগ্রস্ত হয় বুলি জিলা প্রশাসনে সদৰী কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লি প্রায় তিনি বজাত এই ঘটনা সংঘটিত হয়। খোৱাপানী যোগানৰ বাবে এসময়ত গেমন ইণ্ডিয়াই স্থাপন কৰা তথা সম্প্রতি জাইকাৰ তত্ত্বাবধানত থকা খোৱা পানী প্ৰকল্পৰ এডাল বৃহৎ পাইপ পানীৰ হেঁচাত ফাটি যোৱাত প্ৰচণ্ড বেগত ওলাই অহা পানীয়ে নিমিষতে বৃহৎ অঞ্চলটোত ধ্বংসলীলা।

স্থানীয় লোকে সদৰী কৰা অনুসৰি,পাইপৰ দুটা মুৰ সংযোগস্থলী আছিল। সমান্তৰালভাৱে আজি ‘টেষ্টিং’ কৰা হৈছিল বুলি স্থানীয় লোকে সদৰী কৰিছে। ফলত এই খুন্দাত পাহাৰৰ পৰা শিল বাগৰি অহাৰ লগতে মাটিও খহি পৰে।

পানী আৰু মাটিয়ে বহুকেইটা ঘৰ উটুৱাই লৈ যায়। উল্লেখ্য যে পানীৰ চাপ ইমান ভয়ানক আছিল যে পকী দেবাল, ঘৰ আদিও চূর্ণ-বিচূর্ণ করে। কমেও ২০ মিনিট সময় এই তাণ্ডব চলে। সম্প্রতি ক্ষতিগ্রস্ত মাটিৰ তলত থকা পাইপৰ সংশ্লিষ্ট স্থান ফটাৰ ফলত পানীৰ তীব্ৰ চাপে ভৰ সহিব নোৱাৰি পকী পথ উফৰাই প্রায় সাতশ আঠশ মিটাৰ পৰ্যন্ত পানী ওপৰলৈ উঠি যায়। পানীয়ে পাহাৰৰ এটা অংশতো খুন্দা মাৰে।

ইফালে, পাইপ ফুটি পানী ওলাই অহাৰ ফলত এক বৃহৎ শব্দৰ সৃষ্টি হয় আৰু পাহাৰীয়া অঞ্চলটোত ভূকম্পনৰ দৰে পৰিৱেশ গঢ়ি উঠে। বহু লোকে ভূমিকম্প অহা বুলি ভয়ত ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ দৌৰ মাৰে। নিহত মহিলাগৰাকীয়েও ঘৰৰ ভিতৰৰ পৰা উপ-পথলৈ দৌৰি ওলাই অহাৰ চেষ্টা কৰোতেই মৃত্যু মুখত পৰে।

স্থানীয় প্রত্যক্ষদর্শী তথা মৃতদেহ উদ্ধাৰকাৰীয়ে সাংবাদিককৰ আগত বৰ্ণনা কৰা অনুসৰি, ‘মহিলাগৰাকীয়ে ঘৰৰ পৰা দৌৰি ওলাই আহি উপ-পথ পাবলৈ প্ৰায় ১০ মিটাৰ থকাৰ অৱস্থাত কাষৰ ঘৰৰ পকী দেৱালখন পানীৰ চাপত তচনচ হৈ পৰে আৰু দেৱালৰ এটা অংশ মহিলাগৰাকীৰ দেহৰ ওপৰত পৰি যায়।

লগতে দেৱালখনে মহিলাগৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাত হনাত তেওঁৰ থিতাতে মৃত্যু হয়। অৱশ্যে কেবাজনো লোকে দেৱালখন উঠাই মহিলাগৰাকী ছটফটাই থকাৰ সময়ত এখন অট’ৰে চিকিৎসালয়লৈ প্ৰেৰণৰ চেষ্টা কৰে।

মহিলাগৰাকী জী-জোঁৱাইৰ লগত বাস কৰিছিল। পৰিয়ালটোৰ আনসকল সদস্যৰ কথমপি প্ৰাণৰক্ষা পৰে বুলি স্থানীয় লোকে সদৰী কৰিছে।

এই ঘটনাত ভাস্কৰ গোস্বামী, ভগবান চন্দ্র দাস, চিত্রবঞ্জন কলিতা আদিৰ বাসগৃহৰো বিস্তৰ ক্ষতিসাধন হয়। একেদৰে এ এছ-০১ ই এম- ০৩১৫ নম্বৰৰ স্কুটী, চাৰিচকীয়া এ এছ-০১ ইকে- ৫১৮২ নম্বৰ, এ এছ- ০১ বি এছ-৬৩১৫ এ -০১ ই ডব্লিউ-৩১৫৯ নম্বৰৰ বাহন বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰি বহুকেইখন দুচকীয়া বাহন মাটি-বালিয়ে পুতি পেলায়। বাহনসমূহৰ উদ্ধাৰ অভিযান চলাইছে এছডিআৰএফে ৷

ইতিমধ্যে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সহ এটা দল ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লৈ সহায়ৰ আশ্বাস দিয়ে I

আনহাতে খাৰঘুলিত জলবিস্ফোৰণৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি দাহ কৰি গুৱাহাটী মহানগৰ আছু কৰ্মীয়ে বিভিন্ন শ্ল’ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷

খাৰঘুলিত জলবিষ্ফোৰণত নিহতৰ আত্মীয়লৈ দুইলাখ,আহতলৈ ১০হাজাৰ টকাৰ সাহাৰ্য ঘোষণা ৰাজহ মন্ত্রী যোগেন মোহনৰ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Heavy LossKhaghuliPipe line Blast
publisher

publisher

Related Posts

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d