Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

টুইটযোগে সদৰি কৰিলে ডিজিপি জি পি সিঙে

dgp 2

Withdrow AFSPA 28 Dist Of 36 Dist :

অসমৰ ২৮ খন জিলাৰ পৰা প্ৰত্যাহাৰ হ’ল সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ( আফস্পা ) ৷ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ বাবেই এই কেন্দ্ৰীয় চৰকাৰে লয় এই সিদ্ধান্ত

আফস্পা প্ৰত্যাহাৰ হোৱাৰ লগে লগে হ্ৰাস পাব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে ৰাজ্যত মোতায়েন হৈ আছিল ২১০টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী ৷ এতিয়া হ্ৰাস পাব ৭০ টালৈ ৷

 ৰাজ্যৰ ৩৬ জিলাৰ ২৮ খনৰ পৰা আফস্পা প্ৰত্যাহাৰৰ কথা টুইটযোগে সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি
সিঙে ৷

Exit mobile version