Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

bilasipara1

Bilasipara Police SI Arrest:

ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতে সোমবাৰে বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী উপ-পৰিদৰ্শক ৷ লগতে আটক হয় গৃহৰক্ষী জোৱান এজনো।

মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰা আৰক্ষী উপ-পৰিদৰ্শক জন হ’ল বিলাসীপাৰা থানাৰ এছ আই দেৱান ৰহিজ উদ্দিন আহমেদ আৰু গৃহৰক্ষী জোৱান সোনাৰ উদ্দিন শ্বেখ ৷

উল্লেখ্য যে,আচামী জনৰ পৰা ছহেজাৰ টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হয় দুয়োজন ঘোচখোৰ আৰক্ষী৷ ।

Exit mobile version